Assamese জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছে! গৰজি উঠিল আছুৰ সাধাৰণ সম্পাদক 'উজনিৰ কোনো প্ৰান্তকে ধুবুৰী বনাবলৈ দিয়া নহ'ব। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰেজাউল কৰিম সৰকাৰক শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ সাহস দিছিল। এটা সম্প্ৰদায়ক সকলো সময়তে সন্তুষ্ট কৰিবলৈ গৈ কংগ্ৰেছে জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে।
Assamese 'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰী 'আজিৰ অসম অত্যন্ত আত্মবিশ্বাসী অসম, কাৰো ৰঙা চকুলৈ ভয় নকৰা অসম। কোনো ‘অচিনাকি'য়ে ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰিলে তেনে লোকক ডেৰ লাখ বিঘা ভূমিৰ পৰা উচ্ছেদ কৰি মৰণপণ যুঁজ দিবলৈ সাজু হোৱা অসম৷
Assamese অথলে গ'ল কোহলীৰ শতক, ভাৰতৰ মাটিত প্ৰথমটো এদিনীয়া শৃংখলা জয় নিউজিলেণ্ডৰ অথলে গ'ল বিৰাট কোহলীৰ বিস্ফোৰক শতক। ইন্দোৰৰ তৃতীয় এদিনীয়াত ৪১ ৰানত পৰাস্ত টীম ইণ্ডিয়া। ৩৩৮ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ২৯৬ ৰানত অল আউট শুভমন গিল বাহিনী।
Assamese 'দম আছে যদি DC, ADCক লৈ আহ'! গৰুখুঁটিত খিলঞ্জীয়াক ভাবুকি গৰুখুঁটিত খিলঞ্জীয়াক হুংকাৰ। DC, ADCক লৈ আহিবলৈ সন্দেহজনক বেদখলকাৰীৰ হুংকাৰ। প্ৰকল্পৰ খেতি সন্দেহজনক লোকে হস্তক্ষেপ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
Assamese কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰ কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ ডাঙৰ ঘোষণা কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। বদৰুদ্দিন আজমলক স্পষ্টকৈ বাৰ্তা দি গৌৰৱ গগৈয়ে ক'লে- 'কংগ্ৰেছ-AIUDFৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে।
Assamese গতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে? ৰেজাউল কৰিম সৰকাৰক গৌৰৱ গগৈয়ে দলৰ পৰা গতা মাৰি উলিয়াই দিব লাগিছিল। কিন্তু গৌৰৱ গগৈৰ সাহসেই নহ’ল। এতিয়া ৰেজাউল কৰিমে নিজেই পদত্যাগ কৰি গাঁৱত গৈ ক’ব মই ডাঙৰ হিৰ’ হৈ গ’লোঁ। ৰেজাউল কৰিম সৰকাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
Assamese কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰক ‘কংগ্ৰেছ কেতিয়াও সংখ্যালঘুৰ আপোন হ’ব নোৱাৰে। কংগ্ৰেছ সদায় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰি আহিছে। কংগ্ৰেছত সংখ্যালঘু মুছলমানৰ স্থান নাই । ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ ত্যাগক লৈ বিস্ফোৰণ মহম্মদ আলি খলিফাৰ।
Assamese ৫ বছৰৰ অপেক্ষাৰ অন্ত! ICC ৰেংকিঙৰ শীৰ্ষস্থানত পুনৰ বিৰাট কোহলী ICC ৰেংকিঙৰ শীৰ্যস্থানত বিৰাট কোহলী। দীৰ্ঘবিৰতিৰ অন্তত ৭৮৫ ৰেটিং পইণ্টেৰে বিৰাট কোহলীয়ে দখল কৰে শীৰ্ষস্থান। দ্বিতীয় আৰু তৃতীয় স্থানত নিউজিলেণ্ডৰ ডেৰিল মিচেল আৰু ৰোহিত শৰ্মা।
Assamese 'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰ সুখকৰ নহ’ল ৰেজাউল কৰিম সৰকাৰৰ ৰাজনৈতিক যাত্ৰা। দুদিন ৰাজনীতিৰ সোৱাদ লৈয়েই কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। কংগ্ৰেছত যোগদানৰ পিছতে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন।
Assamese ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ? ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত শুনানি। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰে তদন্তৰ প্ৰতিবেদন। কি পৰিস্থিতিত মৃত্যুক আকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে?