Assamese মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। অভয়বাণী বিধায়ক অখিল গগৈৰ 'মোক ৫ বছৰ গৃহ বিভাগ চলাবলৈ দিয়ক, মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। মোৰ শাসনত মিঞাই মাৰ খাব নালাগে। নিৰ্বাচনৰ প্ৰাকক্ষণত মিঞাক এই অভয়বাণী বিধায়ক অখিল গগৈৰ।
Assamese বেদখলকাৰীৰ নিস্তাৰ নাই, কাৰ্বি আংলঙত আন এক বৃহৎ উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৩৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এইবাৰ বকলীয়াঘাটত চলিল প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।
Assamese পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজনক আপুনি চিনি পাইনে? পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজনক আপুনি চিনি পাইনে? পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজন বাৰু কিমান সম্পত্তিৰ অধিকাৰী? ৭.৫ কোটি টকাৰে মুম্বাইৰ বাসিন্দা ভাৰত জৈন হৈছে বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী।
Assamese Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয় ২০২৪ৰ জুলাইত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক নিযুক্ত হৈছিল গৌতম গম্ভীৰ। অনুৰাগীয়ে আশা কৰিছিল গম্ভীৰে টীম ইণ্ডিয়াক নতুন উচ্চতালৈ লৈ যাব। কিন্তু গম্ভীৰৰ নেতৃত্বত টীম ইণ্ডিয়াই গঢ়িছে ইটোৰ পাছত সিটো লজ্জাজনক পৰাজয়ৰ অভিলেখ।
Assamese বিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি বিজেপিত আজিৰে পৰা আৰম্ভ হ'ল নবীন যুগ। মাত্ৰ ৪৫ বছৰ বয়সতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে। বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচন হোৱা নীতিন নবীনক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে।
Assamese মোৰো চিঞৰিবলৈ মন যায়। কিন্তু...। সামাজিক মাধ্যমত কি ক'লে গৰিমাই ৰাজ্যবাসীয়ে জুবিন গাৰ্গে ন্যায় পোৱালৈ অপেক্ষা কৰি থকা সময়তে একাংশই নামি পৰিছে জুবিন গাৰ্গৰ চৰিত্ৰহণনত। যাৰ বাবে আজি জুবিন পত্নী গৰিমাই বিতৰ্কিত মহিলা শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সত ৰুজু কৰিছিল গোচৰ ।
Assamese 'মহিলাক চুমা দিয়াটো মোৰ জাতীয় দায়িত্ব'-অখিল গগৈ কিয় চুমা বাবা নাম পালে বিধায়ক অখিল গগৈয়ে? কোনে অখিল গগৈক নাম দিলে চুমা বাবা? চুমা বাবা সন্দৰ্ভত প্ৰতিক্ৰিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে কলে- 'মহিলাক চুমা দিয়াটো মোৰ জাতীয় দায়িত্ব!'
Assamese ভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰ এখন ভাইৰেল পত্ৰই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত। কোনে সৰ্বানন্দ সোণোৱালৰ চহী জাল কৰি ভাইৰেল কৰিলে পত্ৰ? কি আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড ব্যৱহাৰ কৰি লিখা পত্ৰত? ক্ষুণ্ণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিল্লীত ৰুজু কৰিছে গোচৰ।
Assamese হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰী উদুলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱনৰ বাকৰি। ২০ জানুৱাৰীত অন্ত পৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ আৱেদন দাখিলৰ দিন। সেয়ে ঢাক ঢোল, বেণ্ড পাৰ্টি লৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰে ভৰি পৰিছে ৰাজীৱ ভৱন।
Assamese কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা সাধাৰণ জনতাৰ বাবে এতিয়া মনোৰঞ্জনৰ অন্যতম আহিলা হৈ পৰিছে AI ভিডিঅ'। সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰখনতো AI-এ এক নিজস্ব স্থান দখল কৰিছে। কি শাসক, কি বিৰোধী সকলোৰে মাজত যেন AI ভিডিঅ'ৰ এক অঘোষিত প্ৰতিযোগিতা।