Assamese ভাৰতৰ সৈতে কি কি চুক্তি কৰিব পুটিনে? ৰাষ্ট্ৰপতি ভৱনত ভ্লাডিমিৰ পুটিনক উষ্ম আদৰণি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহুকেইজন কেবিনেট মন্ত্ৰীয়ে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক জনালে উষ্ম আদৰণি।
Assamese কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন... জুইত জ্বলি ছাই হৈ পৰে এজন ব্যক্তিৰ পাকঘৰ। যোগাযোগ কৰিও নাপালে অগ্নিনিৰ্বাপক বাহিনীক। অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীলৈ ফোন কৰাৰ পিছতো ফোন ৰিচিভ নকৰাৰ অভিযোগ!
Assamese আমাকো ভূমি পট্টা দিব লাগিবঃ গৰ্জন জলহা উপ-জনগোষ্ঠীৰ চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদানৰ ঘোষণাৰ পিছতেই এইবাৰ সৰৱ হৈছে অন্যতম উপ জনগোষ্ঠী জলহা জনগোষ্ঠী। ভূমি পট্টাৰ পৰা বঞ্চিত উপ জনগোষ্ঠী জলহা জনগোষ্ঠীয়ে আৰম্ভ কৰিলে প্ৰতিবাদ।
Assamese দয়া নাই... এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ, চামগুৰিৰ ভকত গাঁৱত উচ্ছেদ অব্যাহত মধ্য অসমত আজি বৃহৎ উচ্ছেদ অভিযান। নগাঁৱৰ খাটোৱাল মৌজাত উচ্ছেদ অভিযান। ভকতগাঁৱত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ। ৩৮ বিঘা চৰকাৰী ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ।
Assamese অসম ভাওনা সমাৰোহ-২०২৬ৰ লাইখুঁটা স্থাপন শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ এঘাৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম ভাওনা সমাৰোহ-২०২৬। জুবিন গাৰ্গৰ সোঁৱৰণিত ভাওনা সমাৰোহ থলীৰ প্ৰদৰ্শনী ক্ষেত্ৰ উছৰ্গা কৰাৰ সিদ্ধান্ত।
Assamese কোনে নিলে চৰকাৰী চাউল? ধেমাজিৰ গুদামত অন্তৰ্ধান ২৬,৮০০ বস্তা চাউল হাজাৰ হাজাৰ বস্তাৰ চৰকাৰী বিনামূলীয়া চাউল চুৰি! বিয়াগোম খাদ্য নিগমত বৃহৎ কেলেংকাৰি। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা অন্তৰ্ধ্যান হ'ল ২৬,৮০০ চাউলৰ বেগ।
Assamese ছাত্ৰ আন্দোলনৰ প্ৰভাৱ, সলনি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য! প্ৰতিবাদত উত্তাল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। প্ৰ’–উপাচাৰ্যৰূপে জয়া চক্ৰৱৰ্তীক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰভাৱ। ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব কৰিলে গ্ৰহণ।
Assamese দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী। অগাপিছাকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ তিনিগৰাকী সদস্য। বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক।
Assamese বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ সফলতাৰ পিছত বোকাখাত ক্ৰিকেটৰ বাবে আন এক ভাল খবৰ। BCCIৰ ১৯ বছৰ অনূৰ্ধ্বৰ মহিলাৰ এদিনীয়া টুৰ্নামেণ্টৰ বাবে অসম দলত বোকাখাতৰ তিনি মহিলা ক্ৰিকেটাৰ অন্তৰ্ভুক্ত।
Assamese নিষিদ্ধ ড্ৰাগছ, গাঞ্জা লৈ উজনিত কি কৰিছে সন্দেহজনক লোকে? তিনিচুকীয়াৰ পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জনকৈ সন্দেহজনক নাগৰিকক আটক। স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সহযোগত কৰায়ত্ত কৰা হয় আটাইকে। আটকাধীন বাংলাদেশীৰ পৰা জব্দ নিষিদ্ধ নিচাজাতীয় দ্ৰব্যও।