Advertisment
Naba Gogoi

Naba Gogoi

WhatsApp Image 2025-11-30 at 2.00.56 PM
Assamese

'চৰকাৰে দিয়া ঘৰ চৰকাৰেই ভাঙি পেলাইছে, আমি ক'লৈ যাম?' লুটুমাৰীত লোতক বৈ আহিল উচ্ছেদিতৰ

‘আমাৰ ঘৰবোৰ ভাঙি দিলে, সৰু সৰু ল’ৰা-ছোৱালী লগত লৈ গছৰ তলতে আছো। এতিয়া আমি ক’লৈ যাম। চৰকাৰে ঘৰ দিছে, ৰেচন কাৰ্ড আছে আমাৰ।’ কামপুৰৰ লুটুমাৰীত উচ্ছেদিতৰ কান্দোন।
1 Min read
WhatsApp Image 2025-11-30 at 2.06.01 PM
Assamese

ৰোগীৰ মুখত জোতা-চেণ্ডেল... ছালমান কবিৰাজৰ ভয়ংকৰ তন্ত্ৰ–মন্ত্ৰ

‘আমি বিখ্যাত যাদুকৰী মায়ঙৰ পৰা প্ৰশিক্ষিত’। বেনাৰ–পোষ্টাৰ লগাই ভণ্ড কবিৰাজে কৰিলে কাণ্ড। এখন হাতত মানুহৰ লাওখোলা, আনখন হাতত এপাত চেণ্ডেল লৈ ছালমান কবিৰাজে আৰম্ভ কৰিছে তন্ত্ৰ–মন্ত্ৰ। সকলোধৰণৰ সমস্যা ৭২ ঘণ্টাৰ ভিতৰত সমাধান হয় বুলিও দিলে গ্যেৰাণ্টী।
2 Min read
WhatsApp Image 2025-11-29 at 8.58.31 PM
Assamese

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল... কাক ST(P), ST(H), ST(V) দিয়াৰ প্ৰস্তাৱ?

বিধানসভাত দাখিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। ST(P), ST(H)ৰ পিছত ST(Valley) নতুনকৈ সংযোজন। আহোম, চুতীয়া, চাহ জনগোষ্ঠীক ST(Valley)ত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ।
WhatsApp Image 2025-11-28 at 4.37.40 PM
Assamese

ৰাভা হাছঙৰ বৰদুৱাত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা হাজাৰ হাজাৰ লোকৰ

টকেশ্বৰ ৰাভাৰ বাবেই পলাশবাৰীৰ ৰাভা হাছঙৰ বৰদুৱাৰ বাগান অঞ্চলত যেন ফিৰিঙটিৰ পৰাই খাণ্ডৱ দাহ হ'বলৈ গৈ আছে! ১ কঠা ৫ লেচাকৈ ভূমি এটা পৰিয়ালক প্ৰদান কৰাতকৈ মাৰি পেলাবলৈ আহ্বান জনাইছে ৰাভা হাছংবাসীয়ে।
2 Min read
WhatsApp Image 2025-11-28 at 4.15.09 PM
Assamese

মগনীয়াক দিয়াৰ দৰে দিলে নহ'ব...পূৰ্ণ পৰ্যায়ৰ চাকৰিৰ দাবীৰে অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ

অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা অনা-শিক্ষক কৰ্মচাৰীৰ। চিলাপথাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত অচল বিদ্যালয়। প্রাদেশিকৃত বিদ্যালয়ত কৰ্মৰত অনা-শিক্ষক কর্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰা দাবী প্ৰতিবাদী শিক্ষকৰ।
1 Min read
WhatsApp Image 2025-11-28 at 1.31.25 PM
Assamese

আকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস, JEত মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইন

সাৱধান হওক ৰাজ্যবাসী। ৰাজ্যত আকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস। ৰূপহীহাটত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যুক লৈ আতংকিত অঞ্চলবাসী। JE আক্ৰন্ত হৈ মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইনৰ।
1 Min read
WhatsApp Image 2025-11-28 at 1.15.27 PM
Assamese

দুই বন্যহস্তীৰ যুঁজত জাঁপ দি আহত মিজু

দুই বন্যহস্তীৰ তুমুল যুঁজত গুৰুতৰভাৱে আহত তামুলপুৰৰ এগৰাকী লোক। হাতীৰ যুঁজ ভাঙিবলৈ গৈ কামি হাড় ভাগিল তামুলপুৰ জিলাৰ পাটকীজুলীৰ কালাঝাৰ গাঁৱৰ মিজু বসুমতাৰীৰ।
1 Min read
WhatsApp Image 2025-11-28 at 12.16.32 PM
Assamese

দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনি

আজিৰে পৰা মুকলি হ'ল অসম চৰকাৰৰ 'প্ৰেৰণা' আঁচনি। এই আঁচনিৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব জলপানি। নৱেম্বৰৰ পৰা '২৬ৰ ফেব্ৰুৱাৰী পৰ্যন্ত ৩০০ টকাকৈ লাভ কৰিব জলপানি।
WhatsApp Image 2025-11-28 at 12.07.57 PM
Assamese

কৈৱৰ্ত জনগোষ্ঠীয়ে কৰিলে পৃথক দাবী, এৰিব জনজাতি লাগে বছৰি ১,০০০ কোটি

'আমি জনজাতি এৰি দিম, আমাক বছৰি ১,০০০ কোটিকৈ দিয়ক'। সংৰক্ষণ ব্যৱস্থাৰ পৰা আঁতৰি আহিব অনুসূচিত জাতিৰ কৈৱৰ্ত জনগোষ্ঠীসকল। পৰিৱৰ্তে কৈৱৰ্ত জনগোষ্ঠীক বিশেষ মৰ্যাদা প্ৰদানেৰে বছৰি ১,০০০ কোটি টকাৰ পেকেজ আৱন্টনৰ দাবী সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ।
1 Min read
WhatsApp Image 2025-11-28 at 11.21.48 AM
Assamese

ভূমি বেদখলকাৰীৰ ৰক্ষা নাই... এইবাৰ হাজোৰ ৰাক্ষসনী চৰত উচ্ছেদ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই। এইবাৰ হাজোৰ ৰাক্ষসনী চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। থলুৱা গোপালকৰ অভিযোগৰ ভিত্তিত ৰাক্ষসনী চৰত উচ্ছেদ।
1 Min read
Advertisment