Assamese বন্ধ হ’ব বহু বিবাহ... ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ’ব বহু বিবাহ প্ৰতিৰোধী বিধেয়ক অসমত বন্ধ হ’ব বহু বিবাহ। বহুবিবাহক লৈ সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। 'আল্লাক ফাঁকি নিদিয়াকৈ ক'ৰবাত দ্বিতীয় বিবাহ হয় নেকি?' বিধানসভাত গৃহীত হ’ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫
Assamese পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিমঃ মুখ্যমন্ত্ৰী পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিব হিমন্ত বিশ্ব শৰ্মাই। সদনত বিৰোধীক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ঘোষণা, ‘পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত আনিম UCC’। ‘মোক যিমান পাৰে ৰখাই লওঁক, নহ’লে UCC আহিবই’।
Assamese প্ৰৱঞ্চনাৰ সীমা পাৰ কৰা দ্বীপজ্যোতি আৰু উশালেন এতিয়া আৰক্ষীৰ জালত ভুৱা পৰিচয়, গাড়ীত ভুৱা নম্বৰ প্লেট... প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপ্ৰদস্থ বিষয়া বুলি পৰিচয় দি আৰক্ষীৰ জালত দুই মহা প্ৰৱঞ্চক দ্বীপজ্যোতি দাস আৰু উশালেন শৰ্মা। এই দুই মহা প্ৰৱঞ্চক এতিয়া আজাৰা থানাৰ আলহী।
Assamese হাতত হেংদাং লৈ ৰাজপথত নামিল লাচিত বৰফুকন! ৰাজপথত লাচিত বৰফুকন! ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এইবাৰ প্ৰকাণ্ড নৌকাত আহিল প্ৰায় ১৩ শতাধিক লাচিত। হাতত হেংদাং লৈ ১৩ শতাধিক অসমীয়া যুৱকে 'জয় আই অসম ধ্বনি'ৰে কঁপালে জামুগুৰিহাটৰ পকামুৰা পথাৰ৷ লাচিত দিৱস উপলক্ষ্যে প্ৰতীকী নাওলৈ এই শোভাযাত্ৰা।
Assamese বিদায় মহীৰূহ... প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীণ অভিনেতাগৰাকীৰ। প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুত বলীউড জগতত শোকৰ ছাঁ।
Assamese ১,৩০০ যুৱকে হাতত হেংদাং লৈ দিলে জয় আই অসম ধ্বনি হাতত হেংদাং লৈ ওলাই আহিল হাজাৰোধিক যুৱক। জামুগুৰিহাটত ১,৩০০ যুৱকে হেংদাং লৈ দিলে জয় আই অসম ধ্বনি। লাচিত দিৱসৰ দিনাই অসম বুক অৱ ৰেকৰ্ডছৰ বাবে হাজাৰোধিক যুৱকে প্ৰতিকী নাও লৈ নামিব ৰাজপথত৷
Assamese ভয়ংকৰ! চলন্ত স্কুল বাছত অগ্নিকাণ্ড, তেজপুৰত কণ কণ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ তেজপুৰত চলন্ত স্কুল বাছত অগ্নিকাণ্ড। নিমিষতে শিক্ষাৰ্থীৰ মাজত লাগিল হাহাকাৰ। তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা চলন্ত স্কুল বাছত এই শিহৰণকাৰী ঘটনা। ভয়ংকৰ ঘটনাৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল কণ কণ ছাত্ৰ-ছাত্ৰী।
Assamese মেক্সিকোৰ সুন্দৰী Fatima Bosch হ'ল ২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ ২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ হ'ল মেক্সিকোৰ সুন্দৰী ফাতিমা বছ। ১৩০খন দেশৰ সুন্দৰীক পিছপেলাই Fatima Boschৰ এই খিতাপ দখল। থাইলেণ্ডৰ ননথাবুৰীত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধিলে ফাতিমাই।
Assamese হাউলী ৰাসত কঁপাল ফুলিল পুলকেশ আৰু প্ৰীতমৰ। পুলকেশে পালে ডিফেণ্ডাৰ, প্ৰীতমে পালে ফৰচুনাৰ ভাগ্যত থাকিলে লাখৰ মাজতো জিলিকি উঠে! লাকী নম্বৰ (433881), ১০০ টকাতে পালে প্ৰায় ৪০ লাখ টকীয়া টয়'টা ফৰচুনাৰ বাহন। হাউলী ৰাসত ভাগ্য উদয় হ'ল বৰপেটাৰ প্ৰীতম দাসৰ।
Assamese কয় ৰাহুল বুলি, ওলাই ৰাহুল আলীঃ মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ‘ৰাহুল কেনেকৈ হয় ৰাহুল আলী? প্ৰতিজন মিঞাই ফেচবুকত খুলিছে ৫-৬টা একাউণ্ট। মিঞাই খোলা একাউণ্টত ব্যৱহাৰ কৰিছে হিন্দুৰ নাম।’ ডাঙৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।