Assamese প্ৰধানমন্ত্ৰী হৈও বাচিব নোৱাৰিলে... অপৰাধীক মৃত্যুদণ্ড! হাছিনাই কি অপৰাধ কৰিছিল? কি অপৰাধত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হৈও মৃত্যুদণ্ডৰে দণ্ডিত হ'ল হাছিনা? এসময়ত ক্ষমতাক অপব্যৱহাৰ, অৱশেষত দেশ এৰি পলায়ন এতিয়া মুত্যুদণ্ডৰ ৰায়। এদিন ক্ষমতাৰ বলত জনতাক শোষণ কৰা বাংলাদেশৰ হাছিনা আজি দেশদ্ৰোহী, হাছিনা আজি পলাতক, আজি অপৰাধী।
Assamese PM-KISANৰ ২১নং কিস্তিৰ ধন যদি পোৱা নাই এতিয়াই কল কৰক এই নম্বৰত... মুকলি হ'ল PM KISANৰ ২১ সংখ্যক কিস্তিৰ ধন। একাউণ্টত যদি ধন জমা হোৱা নাই এতিয়াই দিয়ক অভিযোগ। তামিলনাডুৰ কইম্বাটুৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ ১৯ নৱেম্বৰত মুকলি কৰিলে PM-KISANৰ ২১নং কিস্তিৰ ধন।
Assamese ১৯ নৱেম্বৰৰ পৰা কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন হাতত মাত্ৰ এটা দিন, একাউণ্টে একাউণ্টে সোমাব চৰকাৰী ধন। PMKISANৰ কোটি কোটি কৃষকৰ বাবে আহি গ’ল ভাল খবৰ। PMKISANৰ ২১নং কিস্তিৰ ধনক লৈ বিগ আপডেট।
Assamese কৰুণ, পৱিত্ৰ মদিনালৈ গৈ মৃত্যু ৪২ ভাৰতীয়ৰ! পৱিত্ৰ মদিনালৈ যোৱা ভাৰতীয়ৰ সৈতে শোকাৱহ ঘটনা। চৌদি আৰৱৰ মদিনাত প্ৰায় ৪২জন ভাৰতীয়ৰ কৰুণ মৃত্যু। ওমৰাহলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে টেংকাৰৰ সংঘৰ্ষ।
Assamese সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত লংকাকাণ্ড, দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰিলে মঞ্চ, মিউজিক ব্যৱস্থাপনা ধ্বংসস্তুপত পৰিণত এখন সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই বন্ধ হোৱাক লৈ বৰভিটাত লংকাকাণ্ড। টিকট কাটি অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ টেন্ট আৰু মিউজিক ছিচটেমৰ বহু সামগ্ৰী।
Assamese জনজাতি, জনগোষ্ঠীৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ! জনজাতি, জনগোষ্ঠীৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ! ত্ৰিপুৰাবাসীক আশ্বাস্ত কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই। প্ৰধানমন্ত্ৰীৰ ইংগিতৰ পিছতে চৰকাৰে কাম কৰিছে বুলি দাবী মাণিক সাহাৰ।
Assamese মানস ৰাষ্ট্ৰীয় উদ্যানলৈ গ'লে ক'ত থাকিব? ৰিজৰ্ট-লজ নে হোমষ্টেত? মানাহৰ পৰ্যটনক্ষেত্ৰত 'হোমষ্টে'সমূহৰ গুৰুত্ব বৃদ্ধি পাইছে। পৰ্যটকৰ প্ৰথম পছন্দ হৈ পৰিছে হোমষ্টেসমূহ। বাঁহবাৰীত চল্লিশৰ অধিক হোমষ্টে এতিয়া হৈ পৰিছে বহুজনৰ জীৱন-জীৱিকাৰ সমল।
Assamese যোৰহাটৰ বিশিষ্ট সমাজসেৱক ভৱ গোস্বামীলৈ 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা' যোৰহাটৰ সুসন্তান, বিশিষ্ট সমাজসেৱক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীলৈ নগাঁও জিলা সত্ৰ মহাসভাৰ 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা'।
Assamese ৰাজ্যত এনকাউণ্টাৰ, ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। চিকিৎসাধীন আনোৱাৰ হুছেইন ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। বৰপেটাৰ তাৰাবাৰীত আৰক্ষীৰ গুলীচালনা। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ আনোৱাৰ হুছেইন নামৰ এটা ড্ৰাগছ পেডলাৰ।
Assamese বিহাৰৰ কনিষ্ঠতম বিধায়িকা হ'ল মৈথিলী ঠাকুৰ বিহাৰৰ আটাইতকৈ কম বয়সীয়া বিধায়িকা হিচাপে নিৰ্বাচিত হ'ল মৈথিলী ঠাকুৰ। মাত্ৰ ২৫ বছৰ ৩ মাহ ২০ দিনতে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিলে কণ্ঠশিল্পী মৈথিলী ঠাকুৰে। নিশ্চিত জয়ৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰিছে মৈথিলী।