Advertisment
Naba Gogoi

Naba Gogoi

WhatsApp Image 2025-11-13 at 7.45.32 PM
Assamese

গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড। POSCO গোচৰত বিশ্বনাথ ন্যায়িক আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত কৰিলে গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদ্ম গগৈক।
2 Min read
WhatsApp Image 2025-11-13 at 6.00.22 PM
Assamese

বিজেপিৰে সংঘাত UPPLৰ! '২৬ত প্ৰমোদৰ UPPL-এ বিজেপিৰ বিৰুদ্ধে খেলিব নিৰ্বাচন...

একালৰ মিত্ৰদলৰে সংঘাত। উমি উমি জ্বলিছে ক্ষোভৰ জুই। বিজেপিক প্ৰত্যাহ্বান জনাব এইবাৰ UPPL-এ! ’২৬ৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব UPPL, BTCৰ লগতে অসমৰ বিভিন্ন স্থানত প্ৰাৰ্থিত্ব দিব UPPL-এ।
WhatsApp Image 2025-11-13 at 5.09.16 PM
Assamese

গাড়ী চালকৰ বাবে নতুন নিয়ম, কোন জিলাত চালকক পাঠ কৰালে শপত বাক্য...?

যান-বাহন চালকৰ বাবে আহিল নতুন নিৰ্দেশনা। এই নীতি-নিয়ম মানি নচলিলে চালক পৰিব বিপদত। হোজাই জিলা গাড়ী চালক সন্থাই কেইবাটাও নীতি-নিয়ম বান্ধি দিলে হোজাই জিলাৰ বাহন চালকক।
2 Min read
Capture
Assamese

মুছলমান হোৱাৰ বাবে আমাক হাৰাশাস্তি কৰিছেঃ উচ্ছেদিত। গোৱালপাৰাৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল

'আমি মুছলমান হোৱাৰ বাবে কিয় চৰকাৰে আমাক হাৰাশাস্তি কৰি আছে?' 'মুখ্যমন্ত্ৰীক আমাৰ অনুৰোধ, আমাক ইয়াতেই ঘৰ দিব লাগিব'। গোৱালপাৰাৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল। সপোনৰ ঘৰখন ভাঙি দিয়াত কান্দি উঠিছে উচ্ছেদিত।
1 Min read
WhatsApp Image 2025-11-08 at 6.26.23 PM
Assamese

গুৱাহাটীৰ আকাশত ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান ৰাফেল, ছুখই আৰু বহুতো। আপুনিও সাক্ষী হওক এই উৰণ কলা চাবলৈ

সাজু হওক আপুনিও। গুৱাহাটীৰ আকাশত দেখিবলৈ পাব ভাৰতীয় বায়ু সেনাৰ উৰণ কলা। গুৱাহাটীত বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকীৰ মহাআয়োজন। লাচিতঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত বিৰল–বিক্ৰম প্ৰদৰ্শন। বায়ুসেনাৰ ৭৫খন আকাশীযানৰ অংশগ্ৰহণ এয়াৰ শ্ব’ত।
WhatsApp Image 2025-11-08 at 6.12.29 PM
Assamese

জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছেঃ ৰাজেশ ভূঞা

‘ৰৈ ৰৈ বিনালে নামৰ জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছে’। ফেচবুক লাইভযোগে ৰৈ ৰৈ বিনালে ছবিখনৰ পাইৰেচীক লৈ প্ৰচণ্ড ক্ষোভ উজাৰিলে পৰিচালক ৰাজেশ ভূঞাই।
1 Min read
WhatsApp Image 2025-11-08 at 5.42.53 PM
Assamese

নাগাৰা নামৰ বাবে জে'ল খটা ৰামচৰণ ভৰালীৰ এটা প্ৰতিজ্ঞা। ভৰালীয়ে কিয় কোনোদিনে কটা নাছিল দাঢ়ি?

পঞ্চভূতত বিলীন ৰামচৰণ ভৰালী। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নাগাৰা নামৰ মহীৰূহগৰাকীৰ। মৃত্যুৰ পিছত নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ এটা কাহিনী পোহৰলৈ আহিছে। এটা প্ৰতিজ্ঞাৰ বাবেই ৰামচৰণ ভৰালীয়ে কটা নাছিল দাঢ়ি।
2 Min read
WhatsApp Image 2025-11-08 at 5.12.13 PM
Assamese

শোকাৱহ, ডিমা হাচাওৰ হাৰাংগাজাওত জলপ্ৰপাতত উদ্ধাৰ ৩ শিক্ষাৰ্থীৰ মৃতদেহ

ডিমা হাচাওৰ হাৰাংগাজাওত অঘটন। জলপ্ৰপাতত পৰি শিলচৰ NITৰ ৩ শিক্ষাৰ্থীৰ মৃত্যু। বৌলচল জলপ্ৰপাতত মৃত্যু এজন ছাত্ৰসহ ২ ছাত্ৰীৰ। মৃত ৩ শিক্ষাৰ্থীৰ দুগৰাকী উত্তৰপ্ৰদেশৰ আৰু এগৰাকী বিহাৰৰ।
2 Min read
WhatsApp Image 2025-11-07 at 3.11.25 PM
Assamese

ডিগ্ৰী নথকা সকলেও পাব লাখ টকাৰ দৰমহা পোৱা চাকৰি! ক'ত কেনেকৈ কৰিব আবেদন?

ডিগ্ৰী নাথাকিলেও পাব লাখ টকাৰ দৰমহা থকা চাকৰি! নিবনুৱা যুৱক-যুৱতীৰ বাবে আছে এক ভাল খবৰ। কলেজীয়া ডিগ্ৰী নাথাকিলেও লাখ লাখ দৰমহা পোৱাৰ চাকৰি বিচাৰি পাব UAEত। ডুবাইত ডিগ্ৰীৰ অবিহনেও গঢ়ি তুলিব পাৰিব এক বিলাসী জীৱন।
2 Min read
WhatsApp Image 2025-11-06 at 6.17.31 PM
Assamese

সুখবৰ, নলবাৰীৰ পৰা গুৱাহাটীলৈ মুকলি হ'ল গ্ৰীণ বাছ সেৱা

নলবাৰীৰ পৰা গুৱাহাটীলৈ মুকলি গ্ৰীণ বাছ সেৱা। অসম ৰাজ্যিক পৰিবহন নিগম কাৰ্যালয় চৌহদত দুখনকৈ গ্ৰীণ বাছ সেৱা মুকলি কৰে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে।
Advertisment