Assamese আজি গোপাষ্টমী, পকা ধানৰ পথাৰত কৃষকে এৰিলে গৰু, লাগিল হুৱা-দুৱা ওৰাঙৰ এখন ব্যতিক্ৰমী সোণালী ধাননি পথাৰ। পথাৰৰ চাৰিওফালে ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। জাকে জাকে গৰু এৰিছে পথাৰ খনত। পবিত্ৰ গোপাষ্টমীৰ দিনা এই পৰম্পৰাৰ পালন কৰে স্থানীয় লোকে।
Assamese কোন বিশিষ্ট ব্যক্তিলৈ ২০২৫-২৬ৰ অসম জাতীয় বিদ্যালয়ৰ বঁটা? অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ বঁটা ঘোষণা। চাৰিজন বিশিষ্ট ব্যক্তিলৈ অসম জাতীয় বিদ্যালয় ফেল'শ্বিপ ২০২৫-২৬ আৰু অসম জাতীয় বিদ্যালয় সন্মান ২০২৫ আগবঢ়োৱা হ'ব।
Assamese বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ শীঘ্ৰই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা। ‘ধন দাবী, মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত সেনাই’। বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ।
Assamese অসুস্থ তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ, ভৰ্তি ICUত... ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰক। ছিডনীৰ চিকিত্সালয়ৰ ICUৰ ভৰ্তি শ্ৰেয়াছ আয়াৰক। ইণ্টাৰনেল ব্লিডিঙৰ বাবে চিকিৎসাধীন ক্ৰিকেটাৰগৰাকী। বৰ্তমান কেনে আছে তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ?
Assamese মই মুখ্যমন্ত্ৰীৰ পত্নীৰ উপাৰ্জনৰ হিচাপ কেতিয়াও বিচৰা নাইঃ ৰবি শৰ্মা 'মই মাননীয় মুখ্যমন্ত্ৰী বুলি কওঁ'। 'মই ৰাজনীতিত কেতিয়াও এনে আলোচনা দেখা নাছিলো'। 'য'ত আছে তাৰ পৰাই কাম কৰক, কিয় ৰাজপথলৈ ওলাব লাগে'? 'মোৰ আৰু তেওঁৰ মাজত হয়তো সংস্কাৰৰ পাৰ্থক্য আছে'। মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক'লে অভিনেতা ৰবি শৰ্মাই।
Assamese 'মই মৰিবলৈ ভয় নকৰোঁ', কিয় ক'লে অভিনেতা ৰবি শৰ্মাই? মৰিবলৈ ভয় নকৰে অভিনেতা ৰবি শৰ্মাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ অভিনেতা ৰবি শৰ্মাই ক'লে- 'স্পষ্ট কথা, মই মৰিবলৈ ভয় নকৰোঁ'। 'জুবিনৰ বাবে ন্যায় বিচাৰিব লগীয়াটোৱে লাজৰ কথা হৈছে'।
Assamese বৃদ্ধি নহয় ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য হ্ৰাস পাব ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য। প্ৰযোজক মণ্ডলীৰে চিনে হল কৰ্তৃপক্ষৰ আলোচনা। আলোচনাৰ অন্তত Dynamic Pricing ব্যৱস্থা প্ৰযোজ্য নকৰাৰ সিদ্ধান্ত।
Assamese মমৰ আলী বোলে বাংলাদেশী নহয়! বিদেশীৰ সন্দেহত পুছবেক কৰা মমৰ ঘূৰি আহিল অসমলৈ অসমলৈ ঘূৰি আহিল বিদেশীৰ সন্দেহত বাংলাদেশলৈ পঠিওৱা যুৱক। ৫ মাহ বাংলাদেশত থকা যুৱক মমৰ আলী উভতি আহিল অসমলৈ। ধুবুৰীৰ বিলাসীপাৰাৰ পশুৱাৰখাল ১ম খণ্ড গাঁৱৰ বাসিন্দা মমৰ আলীক ২৪ মে'ত বাংলাদেশী সন্দেহত নুমলীগড়ৰ ইটাভাটাৰ পৰা আটক কৰি বাংলাদেশলৈ কৰা হৈছিল পুছবেক।
Assamese এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ পিতৃৰ নামত কলংক, স্বামীৰ নামত দানৱ। পত্নী-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ২০২৩ চনত বৰপেটা চহৰৰ গান্ধীনগৰত সংঘটিত হোৱা ডাবল মাৰ্ডাৰক লৈ ঐতিহাসিক ৰায়।
Assamese সাজু বুলড'জাৰ! পুনৰ চলিব উচ্ছেদ। হোজাই, গোৱালপাৰাত উচ্ছেদৰ জাননী অসমত এতিয়া বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিলে জাননী।