Advertisment
Jyotiprasad Sarma

Jyotiprasad Sarma

THUMB
Assamese

৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ মানাহ মহোৎসৱ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এইবাৰো ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মূলত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই মহোৎসৱৰ আয়োজন কৰা হয়।
1 Min read
THUMB
Assamese

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। পুৱাৰে পৰাই ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানত মংগলময় পৰিৱেশ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, শংখধ্বনিত মুখৰিত আকাশ-বতাহ। 
1 Min read
THUMB
Assamese

পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী

পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৪ ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৩০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰে।
1 Min read
THUMB
Assamese

গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্‍সৱত উজলিল DY365

সামৰণি পৰিল গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোৎসৱ। গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্‍সৱত উজলিল DY365। কেইবাটাও ইভেণ্টত জয়লাভ কৰি DY365ৰ খেলুৱৈয়ে লাভ কৰিলে ৩টাকৈ সোণৰ পদক, ৰূপৰ পদক, কেইবাটাও ব্ৰঞ্জৰ পদক।
1 Min read
THUMB
Assamese

মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ

দৰঙৰ মঙলদৈত কেইবাটাও মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। কেইবাটাও মন্দিৰৰ মূৰ্তিৰ ক্ষতিসাধন কৰে দুষ্কৃতিকাৰীয়ে। চেৰেং, গেৰীমাৰী, মোৱামাৰীৰ কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি তচনচ কৰে।
1 Min read
THUMB
Assamese

উখল-মাখল জোনবিলৰ পাৰ

উখল-মাখল এতিয়া জোনবিলৰ পাৰ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। এই জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন।
1 Min read
THUMB
Assamese

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত জামিন আবেদনৰ শুনানি। অভিযুক্ত শ্যামকানু মহন্ত, সন্দীপন গাৰ্গে প্ৰত্যাহাৰ কৰিলে জামিন আৱেদন।
THUMB
Assamese

কোকৰাঝাৰত ভয়াৱহ পৰিস্থিতি

অধিক অৱনতি ঘটিছে কোকৰাঝাৰৰ পৰিস্থিতি। কাৰিগাঁও আৰক্ষী চকীত বলপূৰ্বক প্ৰৱেশ প্ৰতিবাদকাৰীৰ। আৰক্ষী চকীৰ গেট ভাঙি দলে দলে লোকৰ প্ৰৱেশ। নিশা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা সংঘৰ্ষৰ পাছত আজি পুনৰ উত্তেজনা। 
1 Min read
THUMB
Assamese

পথৰ দুৰাৱস্থাই জলা-কলা খুৱাইছে ৰাইজক

মৰাণৰ খোৱাঙত পথৰ দুৰাৱস্থাত জীয়াতু ভুগিছে ৰাইজে। খোৱাং আৰু টিংখাং বিধানসভা সমষ্টিৰ সীমামূৰীয়া দুলীয়া লাহোৱাল গাঁৱত পথৰ জৰাজীৰ্ণ অৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ।
1 Min read
THUMB
Assamese

কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী?

গুৱাহাটী মহানগৰী গণেশপাৰাত নিশা সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি। চিনেমাৰ কায়দাৰে সদাব্যস্ত গণেশপাৰাত সংঘটিত হ'ল শিহৰণকাৰী ডকাইতি। পিষ্টল আৰু ডেগাৰ লৈ চাৰিজনীয়া ডকাইতৰ দলে চলালে সন্ত্ৰাস।
2 Min read
Advertisment