Advertisment
Jyotiprasad Sarma

Jyotiprasad Sarma

THUMB
Assamese

কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী?

গুৱাহাটী মহানগৰী গণেশপাৰাত নিশা সংঘটিত এক চাঞ্চল্যকৰ ডকাইতি। চিনেমাৰ কায়দাৰে সদাব্যস্ত গণেশপাৰাত সংঘটিত হ'ল শিহৰণকাৰী ডকাইতি। পিষ্টল আৰু ডেগাৰ লৈ চাৰিজনীয়া ডকাইতৰ দলে চলালে সন্ত্ৰাস।
2 Min read
THUMB
Assamese

জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ...

দৰিদ্ৰতায়ো হাৰ মনাব নোৱৰা এগৰাকী কিশোৰী। জহি-খহি যোৱা জুপুৰিতে পম খেদিছে সপোনৰ। দুচকুত আকাশ চুই চোৱাৰ দুৰ্বাৰ হেঁপাহ। কণ্ঠশিল্পী হোৱাৰ অদম্য বাসনা লৈ আগবাঢ়িছে কিশোৰীগৰাকী।
2 Min read
THUMB
Assamese

হাজাৰ বাধাকো নেওচি লক্ষ্যত উপনীত জ্যোতিকা

হাজাৰ প্ৰতিবন্ধকতাকো নেওচি লক্ষ্যত উপনীত হ’ল কাজিৰঙাৰ এগৰাকী যুৱতী। সীমা সুৰক্ষা বাহিনীৰ জোৱান হিচাপে নিযুক্তি লাভ কৰিলে কাজিৰঙাৰ দিৰিঙৰ জ্যোতিকা কুমাৰীয়ে। এখন সাধাৰণ চাহ দোকানেৰে পৰিয়াল পোহপাল দিয়া জ্যোতিকা কুমাৰীৰ সফলতাত গৌৰৱান্বিত পৰিয়ালবৰ্গ। 
1 Min read
THUMB
Assamese

ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ লোৱা প্ৰথমজন অসমীয়া হিমন্ত বিশ্ব শর্মা

প্ৰথমবাৰলৈ ৱৰ্ল্ড ইকনমিক ফ’ৰামলৈ এজন অসমীয়া। ছুইজাৰলেণ্ডৰ ডেভ’চ-ক্ল’ষ্টাৰ্ছ চহৰত আৰম্ভ হোৱা ৱৰ্ল্ড ইকনমিক ফ’ৰামত অংশ ল’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা হ'ব ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া। 
2 Min read
THUMB
Assamese

শিখা শৰ্মাক গ্ৰেপ্তাৰ

অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ। অসম আৰক্ষীৰ ক্ৰাইমব্ৰান্সে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত মহিলাগৰাকীক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰে শিখা শৰ্মাক।
2 Min read
THUMB
Assamese

ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাক

বিতৰ্কিত মহিলা শিখা শৰ্মাক আটক। ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা শিখা শৰ্মাক আটক। মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৰিমা গাৰ্গে।
1 Min read
THUMB
Assamese

অসম আগবাঢ়িলে উত্তৰ-পূব আগবাঢ়িব, উত্তৰ-পূব আগবাঢ়িলে দেশ আগবাঢ়িব

দুদিনীয়া ভ্ৰমণসূচীসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। আজি অৰ্থাৎ দেওবাৰে কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 
2 Min read
THUMB
Assamese

দুই ভগ্নীৰ সাফল্য, পূৰণ হ'ল কৰিশ্মা, পূজাৰ সপোন

ওদালগুৰিৰ ৰৌতাত দুই ভগ্নীৰ সাফল্য। কেন্দ্ৰীয় চৰকাৰৰ SSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৰিশ্মা চৌহান আৰু পূজা চৌহান। সীমান্ত সুৰক্ষা বাহিনীত নিযুক্তি লাভ দুই ভগ্নীৰ। কৰিশ্মা চৌহান আৰু পূজা চৌহানৰ সফলতাত উৎফুল্লিত হৈ পৰে পিতৃ-মাতৃ।
2 Min read
THUMB
Assamese

কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো। ডেৰাডুনৰ Wild Life Institution of Indiaৰ সহযোগত ৰাজ্য চৰকাৰৰ এই অভিলাষী প্ৰকল্প। ৭০ হেক্টৰ ভূমিৰ ওপৰত নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো। তিনিটা ভাগত নিৰ্মাণ কৰা হ’ব এলিডেটেড কৰিড’ৰটো।
2 Min read
THUMB
Assamese

কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰ্ছুৱেলী দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
2 Min read
Advertisment