Advertisment

দৰমহাৰ টকাৰে কিদৰে চলিছে মুখ্যমন্ত্ৰী?

মুখ্যমন্ত্ৰীৰ হাতত কিমান টকা, কিমান সম্পত্তি?  সংবাদমাধ্যমৰ সন্মুখত নিজৰ সম্পত্তিৰ কথা কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? 'ভাল কৰি কোনোবাই কাম কৰি খালে তাত কাৰ আপত্তি আছে বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।

'মোৰ এটকাও সম্পত্তি নাই, দৰমহাৰ বাহিৰে একোৱেই নাই'।

'হিমন্ত বিশ্ব শৰ্মাবেলেগ ধৰণৰ মানুহ, সম্পত্তিয়ে মোক একো কৰিব নোৱাৰে'। 'ভাল কৰি কোনোবাই কাম কৰি খালে তাত কাৰ আপত্তি আছে?'- মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ হাতত কিমান টকা, কিমান সম্পত্তি?  

Advertisment

সংবাদমাধ্যমৰ সন্মুখত নিজৰ সম্পত্তিৰ কথা কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?   'ভাল কৰি কোনোবাই কাম কৰি খালে তাত কাৰ আপত্তি আছে বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। যেনে-তেনে চলি আছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

also read: আজি কৰৱা চৌথ, স্বামীৰ দীৰ্ঘায়ুৰ বাবে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে পালন কৰিছে কৰৱা চৌথ

also read: কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব দৰমহাযুক্ত ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী