Advertisment

অসম

1
Assamese

'মহিলাক চুমা দিয়াটো মোৰ জাতীয় দায়িত্ব'-অখিল গগৈ

কিয় চুমা বাবা নাম পালে বিধায়ক অখিল গগৈয়ে? কোনে অখিল গগৈক নাম দিলে চুমা বাবা? চুমা বাবা সন্দৰ্ভত প্ৰতিক্ৰিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে কলে- 'মহিলাক চুমা দিয়াটো মোৰ জাতীয় দায়িত্ব!'
1
Assamese

ভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰ

এখন ভাইৰেল পত্ৰই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত। কোনে সৰ্বানন্দ সোণোৱালৰ চহী জাল কৰি ভাইৰেল কৰিলে পত্ৰ? কি আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড ব্যৱহাৰ কৰি লিখা পত্ৰত? ক্ষুণ্ণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিল্লীত ৰুজু কৰিছে গোচৰ।
2 Min read
1
Assamese

হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰী

উদুলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱনৰ বাকৰি। ২০ জানুৱাৰীত অন্ত পৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ আৱেদন দাখিলৰ দিন। সেয়ে ঢাক ঢোল, বেণ্ড পাৰ্টি লৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰে ভৰি পৰিছে ৰাজীৱ ভৱন।
2 Min read
1
Assamese

কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা

সাধাৰণ জনতাৰ বাবে এতিয়া মনোৰঞ্জনৰ অন্যতম আহিলা হৈ পৰিছে AI ভিডিঅ'। সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰখনতো AI-এ এক নিজস্ব স্থান দখল কৰিছে। কি শাসক, কি বিৰোধী সকলোৰে মাজত যেন AI ভিডিঅ'ৰ এক অঘোষিত প্ৰতিযোগিতা। 
2 Min read
THUMB
Assamese

শিখা শৰ্মাক গ্ৰেপ্তাৰ

অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ। অসম আৰক্ষীৰ ক্ৰাইমব্ৰান্সে গ্ৰেপ্তাৰ কৰিলে বিতৰ্কিত মহিলাগৰাকীক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰে শিখা শৰ্মাক।
2 Min read
THUMB
Assamese

ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাক

বিতৰ্কিত মহিলা শিখা শৰ্মাক আটক। ক্ৰাইম ব্ৰান্সে আটক কৰিলে শিখা শৰ্মাক। গুৱাহাটীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা শিখা শৰ্মাক আটক। মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৰিমা গাৰ্গে।
1 Min read
1
Assamese

জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছে! গৰজি উঠিল আছুৰ সাধাৰণ সম্পাদক

'উজনিৰ কোনো প্ৰান্তকে ধুবুৰী বনাবলৈ দিয়া নহ'ব। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰেজাউল কৰিম সৰকাৰক শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ সাহস দিছিল। এটা সম্প্ৰদায়ক সকলো সময়তে সন্তুষ্ট কৰিবলৈ গৈ কংগ্ৰেছে জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে।
2 Min read
1
Assamese

'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰী

'আজিৰ অসম অত্যন্ত আত্মবিশ্বাসী অসম, কাৰো ৰঙা চকুলৈ ভয় নকৰা অসম। কোনো ‘অচিনাকি'য়ে ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰিলে তেনে লোকক ডেৰ লাখ বিঘা ভূমিৰ পৰা উচ্ছেদ কৰি মৰণপণ যুঁজ দিবলৈ সাজু হোৱা অসম৷
2 Min read
1
Assamese

'দম আছে যদি DC, ADCক লৈ আহ'! গৰুখুঁটিত খিলঞ্জীয়াক ভাবুকি

গৰুখুঁটিত খিলঞ্জীয়াক হুংকাৰ। DC, ADCক লৈ আহিবলৈ সন্দেহজনক বেদখলকাৰীৰ হুংকাৰ। প্ৰকল্পৰ খেতি সন্দেহজনক লোকে হস্তক্ষেপ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
1
Assamese

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰ

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ ডাঙৰ ঘোষণা কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। বদৰুদ্দিন আজমলক স্পষ্টকৈ বাৰ্তা দি গৌৰৱ গগৈয়ে ক'লে- 'কংগ্ৰেছ-AIUDFৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে।
1 Min read
Advertisment