Advertisment

অসম

THUMB
Assamese

অসম আগবাঢ়িলে উত্তৰ-পূব আগবাঢ়িব, উত্তৰ-পূব আগবাঢ়িলে দেশ আগবাঢ়িব

দুদিনীয়া ভ্ৰমণসূচীসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। আজি অৰ্থাৎ দেওবাৰে কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 
2 Min read
THUMB
Assamese

দুই ভগ্নীৰ সাফল্য, পূৰণ হ'ল কৰিশ্মা, পূজাৰ সপোন

ওদালগুৰিৰ ৰৌতাত দুই ভগ্নীৰ সাফল্য। কেন্দ্ৰীয় চৰকাৰৰ SSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৰিশ্মা চৌহান আৰু পূজা চৌহান। সীমান্ত সুৰক্ষা বাহিনীত নিযুক্তি লাভ দুই ভগ্নীৰ। কৰিশ্মা চৌহান আৰু পূজা চৌহানৰ সফলতাত উৎফুল্লিত হৈ পৰে পিতৃ-মাতৃ।
2 Min read
THUMB
Assamese

কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো। ডেৰাডুনৰ Wild Life Institution of Indiaৰ সহযোগত ৰাজ্য চৰকাৰৰ এই অভিলাষী প্ৰকল্প। ৭০ হেক্টৰ ভূমিৰ ওপৰত নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো। তিনিটা ভাগত নিৰ্মাণ কৰা হ’ব এলিডেটেড কৰিড’ৰটো।
2 Min read
THUMB
Assamese

কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰ্ছুৱেলী দুখনকৈ অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
2 Min read
THUMB
Assamese

কেতিয়া লাভ কৰিব PM-KISANৰ ২২ নং কিস্তিৰ ধন?

PM-KISANক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খ‍বৰ। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে একাউণ্টে সোমাব টকা। PM-KISANৰ ২২ নং কিস্তিৰ অধীনত সোমাব ধন। মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত কৃষকৰ একাউণ্টত ধন জমা হোৱাৰ সম্ভাৱনা আছে।
1 Min read
THUMB
Assamese

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বাগুৰুমবা দহৌ উপভোগ

সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলীত ‘বাগুৰুমবা দহৌ’ অনুষ্ঠান উপভোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰে বাগুৰুমবা নৃত্য। বিহু, ঝুমইৰৰ পাছত এয়া বাগুৰুমবাৰ বিশ্ব অভিলেখ।
2 Min read
THUMB
Assamese

তেল ডিপোত কৰ্মৰত যুৱতীয়ে আজুৰি আনিলে স্বৰ্ণপদক

তেল ডিপোত কৰ্মৰতহৈও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজলিল মুনমী বৰা। লাগৰী খেলত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰিলে সোণৰ পদক। প্ৰতিভাৱান খেলুৱৈগৰাকীৰ সফলতাত উৎফুল্লিত সকলো।
1 Min read
THUMB
Assamese

দ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায়

ভাৰতৰ দ্ৰুতবেগী ৰে'লসেৱাত আজি ৰচিত হ’ল এক নতুন অধ্যায়। দেশৰ দ্ৰুতবেগী ৰে'ল বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰথমখন শ্লীপাৰ ট্ৰেইনৰ যাত্ৰাৰ শুভাৰম্ভণি কৰা হয় আজি। পশ্চিমবংগৰ হাওৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেলী মুকলি কৰে ৰে’লখন।
1 Min read
THUMB
Assamese

পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছেঃ মুখ্যমন্ত্ৰী

‘পলাশবাৰীত বিধায়ক হ’ব খোজা প্ৰাৰ্থী দহজন আছে। বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যই নিজেই হাংগামা কৰি থাকে। গতিকে তৃতীয় বিকল্পৰ সন্ধান কৰিব লাগিব’। পলাশবাৰীত এইদৰেই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 
2 Min read
THUMB
Assamese

সূৱণখাটাত উৰিল ভাৰত-ভূটানৰ ৰাষ্ট্ৰীয় পতাকা

শুকুৰবাৰৰ পৰা বাক্সাৰ সুৱণখাটাত ৭৪ সংখ্যক সুৱণখাটা মাঘ মেলা আৰু ১৪ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা আৰম্ভ। ৯ দিনীয়াকৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱণখাটা মাঘ মেলা।
1 Min read
Advertisment