Assamese কোন হ’ব বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি? অতি সোনকালে বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ। ২০ জানুৱাৰী মঙলবাৰে ঘোষণা কৰা হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম।
Assamese কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ সৰুসজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব বাগুৰুম্বা নৃত্যৰ এক বৰ্ণিল অনুষ্ঠান। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
Assamese ২০ জানুৱাৰীৰ পৰা পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬ ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত ২০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব পাংচুপাছ আন্তঃৰাষ্ট্ৰীয় উৎসৱ ২০২৬। ইতিমধ্যে উৎসৱৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।
Assamese ১১৪ নম্বৰত স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব পত্নীয়ে ৰাজ্যৰ বিবাহিত মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ফোন নম্বৰ। য’ত ফোন কৰি মহিলাসকলে মুখ্যমন্ত্ৰীক দিব পাৰিব স্বামীৰ বিৰুদ্ধে কমপ্লেইন।
Assamese ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন পৰ্যটকৰ দল হাফলঙত ফুৰিবলৈ আহি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’ল ত্ৰিপুৰাৰ এটা পৰ্যটকৰ দল। পৰ্যটকৰ দলটোক হোমষ্টেৰ মালিকে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন।
Assamese আৰক্ষীৰ জালত কুখ্যাত চোৰৰ গেং আৰক্ষীৰ জালত পৰিল চোৰৰ এটা গেং। বুজন পৰিমাণৰ সোণ, ৰূপৰ আ-অলংকাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬টা কুখ্যাত চোৰক। গ্ৰেপ্তাৰ জাকিৰ হুছেইন, ছাদ্দাম আলী, আছামুদ্দিন আহমেদ, ৰাকিবুল আলী, তাপস পাল আৰু সঞ্জীৱ হৰিজন।
Assamese আজি পহিলা মাঘ আজি পহিলা মাঘ। ৰাজ্যজুৰি মাঘ বিহুৰ আনন্দ-উছাহ। পুৱাৰে পৰা ৰাজ্যৰ মঠ-মন্দিৰ, নামঘৰ, সত্ৰ তথা ধৰ্মীয় অনুষ্ঠানসমূহত ভক্তৰ ভিৰ। মঠ-মন্দিৰত নিজৰ মনোকামনা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা অজস্ৰজনৰ।
Assamese গতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে? ৰেজাউল কৰিম সৰকাৰক গৌৰৱ গগৈয়ে দলৰ পৰা গতা মাৰি উলিয়াই দিব লাগিছিল। কিন্তু গৌৰৱ গগৈৰ সাহসেই নহ’ল। এতিয়া ৰেজাউল কৰিমে নিজেই পদত্যাগ কৰি গাঁৱত গৈ ক’ব মই ডাঙৰ হিৰ’ হৈ গ’লোঁ। ৰেজাউল কৰিম সৰকাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
Assamese কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰক ‘কংগ্ৰেছ কেতিয়াও সংখ্যালঘুৰ আপোন হ’ব নোৱাৰে। কংগ্ৰেছ সদায় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰি আহিছে। কংগ্ৰেছত সংখ্যালঘু মুছলমানৰ স্থান নাই । ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ ত্যাগক লৈ বিস্ফোৰণ মহম্মদ আলি খলিফাৰ।
Assamese 'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰ সুখকৰ নহ’ল ৰেজাউল কৰিম সৰকাৰৰ ৰাজনৈতিক যাত্ৰা। দুদিন ৰাজনীতিৰ সোৱাদ লৈয়েই কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। কংগ্ৰেছত যোগদানৰ পিছতে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন।