Advertisment

অসম

1
Assamese

ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ?

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত শুনানি। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰে তদন্তৰ প্ৰতিবেদন। কি পৰিস্থিতিত মৃত্যুক আকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে?
THUMB
Assamese

সংগীত শিল্পী সমৰ হাজৰিকাৰ মৃত্যু

উৰুকাৰ পুৱাই বিদায় মাগিলে ভূপেনদাৰ মৰমৰ কণভাইটিয়ে। সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই। পুৱা ৮.৪৫ বজাত নিজৰাপাৰৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীজনৰ।
THUMB
Assamese

আজি ভোগালীৰ উৰুকা

আজি মাঘ বিহুৰ উৰুকা। ভোগালীৰ উৰুকা মানেই লগে ভাগে এসাঁজ খোৱাৰ আনন্দ, স্ফূৰ্তি। উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে-ভাগে এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৱে হাতে কামে লাগিছে বিহুৰ প্ৰস্তুতিত। 
1 Min read
1
Assamese

গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...

গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, বিশ্বাসঘাতক সাংসদ আমাক নালাগে। আমি কোনোপধ্যেই উজনিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি সহ্য নকৰো। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ৰেজাউল কৰিমৰ মন্তব্যৰ পিছতেই গৰ্জন জাতীয় সংগ্ৰামী সেনা অসমৰ। 
2 Min read
1
Assamese

সাৱধান! Googleত  ছাৰ্চ নকৰিব এইবোৰ বিষয়

গুগল আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে আটাইতকৈ দ্ৰুত আৰু নিৰ্ভৰযোগ্য আহিলা হৈ পৰিছে। কিন্তু এটা সৰু ভুলে আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে। আনকি আপোনাৰ জেল পৰ্যন্ত হ’ব পাৰে! 
2 Min read
1
Assamese

'বিজেপি চৰকাৰ গ' বেক, আটছাৰ প্ৰতিবাদত উত্তাল দেৰগাঁও

দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত উত্তপ্ত পৰিস্থিতি। 'টোলগেট বন্ধ কৰক, জনতাৰ মূৰত মাধমাৰ দিয়া বিজেপি চৰকাৰ কাম নাই, বিজেপি গ' বেক...' ধ্বনিৰে উত্তাল প্ৰতিবাদ। টোলগেটত সংগ্ৰহ কৰা টোল কৰৰ বিৰোধিতা দল-সংগঠৰ। 
1 Min read
1
Assamese

WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ

দেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছিল আমছুৰ সদ্যপ্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনোৱাৰ হুংকাৰ দিছিল ৰেজাউলে। ৰেজাউল কৰিমৰ হুংকাৰৰ পিছতে জ্বলিছে উজনি।
2 Min read
THUMB
Assamese

PSLV-C62 মিছনত বিসংগতি

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ই শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ২০২৬ বৰ্ষৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আজি উৎক্ষেপণ কৰে। কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ কিছুসময়ৰ পিছতে বিসংগতি ঘটাৰ খবৰ পোহৰলৈ আহে।
2 Min read
THUMB
Assamese

কাছাৰত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক

কাছাৰত পুনৰ আৰক্ষীৰ জালত এজন ভুৱা চিকিৎসক। কাছাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক ছামিম আহমেদ লস্কৰক। আৰক্ষীৰ অভিযানত জিলাখনত ইজনৰ পাছত সিজনকৈ ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হৈছে।
1 Min read
THUMB
Assamese

২২ জানুৱাৰীৰ পৰা জোনবিল মেলা

২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ব জোনবিল মেলা। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'বলগীয়া পৰম্পৰাগত জোনবিল মেলাক লৈ ব্যাপক উছাহ। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিলৰ পাৰত পোৱা যাব পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যতম নিদৰ্শন।
2 Min read
Advertisment