Advertisment

অসম

1
Assamese

বাস্তৱ হ'ল সপোন, পুনৰ ৪৩৭৪ গৰাকীয়ে পালে চৰকাৰী নিযুক্তি?

চৰকাৰী চাকৰিৰ সপোন বাস্তৱ একাংশৰ। পুনৰ ৪৩৭৪ গৰাকী প্ৰাৰ্থীলৈ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ। খানাপাৰাৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
1
Assamese

অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰ

অসমৰ ৰাইজৰ সৈতে অন্যায় কৰিছে বিজেপি চৰকাৰে। বিজেপিক ভোট নিদিয়া বাবেই খিলঞ্জীয়া মানুহৰো ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে চৰকাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে ক'লে- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। 
2 Min read
THUMB
Assamese

কংগ্রেছী গুণ্ডাবাহিনীৰ শ্রমিক, ঠিকাদাৰক আক্ৰমণ!

দৰং-ওদালগুৰিৰ সীমান্তৱৰ্তী দলগাঁৱৰ পদুপৰিত কংগ্রেছী গুণ্ডাবাহিনীৰ অতপালি! পদুপৰিত নির্মাণ হৈ থকা পেভাৰ ব্লক পথত কর্মৰত শ্রমিকৰ লগতে ঠিকাদাৰক আক্ৰমণৰ অভিযোগ কংগ্রেছী গুণ্ডাবাহিনীৰ বিৰুদ্ধে।
1 Min read
1
Assamese

২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...

২০২৭ৰ লোকপিয়লে অশুভ খবৰ আনিব অসমলৈ। গতিকে ভোটাৰ তালিকাত এজনো সন্দেহজনক লোকৰ নাম থাকিব নোৱাৰিব। ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিঞা মুছলমানৰ নাম কৰ্তন কৰা হ'ব বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ।
2 Min read
1
Assamese

ঢকুৱাখনা, লখিমপুৰত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

২০২৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক লৈ ডাঙৰ ঘোষণা। দুই সমষ্টিৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঢকুৱাখনা, লখিমপুৰত চূড়ান্ত কৰা হ'ল বিজেপিৰ প্ৰাৰ্থী।
THUMB
Assamese

কোনে লাভ কৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন?

‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ প্ৰ-পত্ৰ মুকলি। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে কৰিব পাৰিব আৱেদন। স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব ১০হাজাৰকৈ টকা। স্নাতকোত্তৰ ছাত্ৰই পাব বছৰি ২০হাজাৰকৈ টকা।
1 Min read
1
Assamese

কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ

বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ নিৰ্দেশ দিছিল দিলীপ শইকীয়াই। দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ।
2 Min read
1
Assamese

কিয় 'চুমা বাবা' নাম পালে অখিল গগৈয়ে?

মানুহে মোক বদনাম কৰিবলৈ মোৰ নাম 'চুমা বাবা' দিছে। কিছুমানে কয়, অখিল গগৈয়ে মহিলা দেখিলে ৰব নোৱাৰি চুমা খাই। কিন্তু মই মহিলাসকলক খোৱা চুমাটো প্ৰেমিকাক খোৱা চুমা নহয়। 'চুমা বাবা' নামক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ।
1
Assamese

জিলাই জিলাই পুনৰ বৃদ্ধি বিদ্যালয় বন্ধৰ সময়সীমা

প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। হাড় কঁপোৱা শীতৰ বাবেই অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে আকৌ আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবেই ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। 
2 Min read
THUMB
Assamese

এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস

ভোগালী বিহুলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী। এতিয়া ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ভোগালী বিহুৰ প্ৰাকক্ষণত মাজুলীৰ এখন বিদ্যালয়ত উদযাপন কৰিলে চুঙা পিঠা উৎসৱ।   
1 Min read
Advertisment