Advertisment

অসম

THUMB
Assamese

পুৱতি নিশা কঁপি উঠিল ধৰিত্ৰী। ৫.১ প্ৰাবল্যই জোকাৰি গ'ল ৰাজ্য

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। সোমবাৰে পুৱতি নিশা ৪.১৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology)এ প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।
1 Min read
1
Assamese

'মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ'! কিহৰ সময়সীমা দিলে ৰকিবুল হুছেইনে?

বিজেপি চৰকাৰৰ দিনত বিপন্ন হৈছে গণতন্ত্ৰ। বিজেপিৰ সভালৈ নগ'লে ৰাইজক আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে, এয়াই শেষ ষড়যন্ত্ৰ। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন। 
2 Min read
1
Assamese

বৃদ্ধি পাব অৰুণোদয়ৰ ধন! লাখ লাখ মহিলাক প্ৰতিশ্ৰুতি অখিল গগৈৰ

১,২৫০ নহয় ৰাজ্যৰ লাখ লাখ মহিলাই পাব ৩,০০০কৈ টকা। ৰাইজৰ দলৰ চৰকাৰ হ'লেই বৃদ্ধি পাব অৰুণোদয়ৰ ধন। নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে দিলে প্ৰতিশ্ৰুতি।
1
Assamese

আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?

২৬ৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যমঞ্চৰ পৰা ১৫টা সমষ্টি বিচাৰিছে অসম জাতীয় পৰিষদে। ইতিমধ্যে DY365ৰ হাতত পৰিছে জাতীয় পৰিষদৰ সমষ্টিৰ তালিকা। কোনকেইটা সমষ্টিত প্ৰাৰ্থী দিব অজাপই?
2 Min read
1
Assamese

ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ

ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ। অইন বেলিৰ দৰে এইবেলিও পৰম্পৰাগতভাৱে মাছ মৰা উৎসৱ পালন কৰিলে দীপৰ বিলত। দীপৰ বিলত একেলগে মাছ ধৰিলে প্ৰায় দুই হাজাৰৰো অধিক মাছমৰীয়াই। উৎসৱমূখৰ হৈ পৰিল দীপৰ বিলৰ পাৰ।
2 Min read
THUMB
Assamese

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, চাৰি দিনত ৩জনৰ কৰুণ মৃত্যু

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। হোজাইত পুনৰ বন্যহস্তীৰ গচকত প্ৰাণ গ'ল এজন লোকৰ। বছৰটোৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ ৩ জনৰ কৰুণ মৃত্যু হয় বনৰীয়া হাতীৰ আক্ৰমণত। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ উপদ্ৰৱত আতংকিত ৰাইজ।
2 Min read
1
Assamese

কাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?

এইবাৰ বিজেপিক মোগল আখ্যা কংগ্ৰেছৰ। লাচিতে মোগলক পৰাভূত কৰাৰ দৰে স্বাভিমানী খিলঞ্জীয়া ভূমিপূত্ৰই এইবাৰ পৰাভূত কৰিব অহংকাৰী ৰজাক। ২৬ৰ নিৰ্বাচনক শৰাইঘাটৰ ৰণ আখ্যা দি APCCৰ সভাপতি গৌৰৱ গগৈৰ টাৰ্গেট মুখ্যমন্ত্ৰী-বিজেপি।
2 Min read
1
Assamese

অসুৰ বধ হ'বই লাগিব- গৰিমাৰ হুংকাৰ

জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়। সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ, দানৱ আখ্যা দি গৰিমাই ক'লে- দানৱকেইটাই শাস্তি পাবই লাগিব। 
2 Min read
1
Assamese

ন্যায় নাপাব নেকি জুবিন গাৰ্গে? নিজাববীয়াকৈ অধিবক্তা ল'লে অভিযুক্তই!

জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ডাঙৰ আপডেট। সম্পন্ন হ'ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গে দাখিল কৰিলে জামিন আবেদন। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তয়ো নিজাববীয়াকৈ নিয়োগ কৰে অধিবক্তা।
THUMB
Assamese

আদালতত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ

আজি আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। সত্ৰ ন্যায়াধীশৰ আদালতত হ’ব গোচৰটোৰ তৃতীয়টো শুনানি। তৃতীয়টো শুনানিৰ বাবে সকলো পক্ষকে গোচৰৰ নথি প্ৰদানৰ নিৰ্দেশ আদালতৰ।
1 Min read
Advertisment