Advertisment

অসম

THUMB
Assamese

কয়দীবিহীন এখন কাৰাগাৰ

এখন কাৰাগাৰ। চৌদিশে কেৱল ওখ ওখ দেৱাল। পিছে এই কাৰাগাৰখনত আজিপৰ্যন্ত নাই এজনো কয়দী। কাৰাগাৰখনত আছে কয়দী ৰখা কোঠাও। কাৰাগাৰখনত নাই কৰ্মচাৰীও। কয়দীবিহীন কাৰাগাৰখন লাহে লাহে পৰিণত ভূত বাংলালৈ! 
2 Min read
THUMB
Assamese

হৰ হৰ মহাদেৱ ধ্বনিৰে উত্তাল ৰাজপথ

বিশাল জোঁৰ সমদলেৰে ৰাজ্যৰ ভিন্ন স্থানত নাথ যোগী সন্মিলনীৰ উত্তাল প্ৰতিবাদ। কেইবাটাও দাবীৰে শ শ পুৰুষ-মহিলাই কঁপাই তোলে ৰাজপথ। হাতে হাতে জোঁৰ লৈ হৰ হৰ মহাদেৱ ধ্বনিৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। 
2 Min read
1
Assamese

জুবিনৰ সপোন আগুৱাই নিবলৈ উচৰ্গা হ'ল খাৰঘূলিৰ ঘৰ

জুবিন গাৰ্গৰ নামত গঠন হ'ল 'জুবিন গাৰ্গ ন্যাস'। জুবিন গাৰ্গৰ খাৰঘূলিৰ সপোনৰ ঘৰটো উচৰ্গা কৰা হ'ব 'জুবিন গাৰ্গ ন্যাস'ৰ নামত। জুবিনৰ সৃষ্টিৰাজি চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে পত্নী গৰিমা গাৰ্গে কৰিলে এই ঘোষণা।
3 Min read
1
Assamese

৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট-মুখ্যমন্ত্ৰী

কংগ্ৰেছত আৰম্ভ হৈছে টিকট কিনা-বেচাৰ ৰাজনীতি। ৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট। সংখ্যালঘু অধ্যুষিত সমষ্টিৰ বাবে আৰম্ভ হৈছে দৰ-দাম। বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। 
1 Min read
THUMB
Assamese

প্ৰতিমাহে ভকতৰ একাউণ্টত সোমাব ১,৫০০ টকাকৈ

ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ‘উদাসীন ভকতলৈ বিত্তীয় সাহায্য’ শীৰ্ষক আঁচনিৰ আজি শুভাৰম্ভণি কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে আঁচনিখনৰ। প্ৰতিমাহে সত্ৰৰ উদাসীন ভকতসকলক ১,৫০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে।
2 Min read
THUMB
Assamese

গুৱাহাটীৰ পৰা কলকাতালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল

পহিলা জানুৱাৰীৰ দিনাই ৰাজ্যবাসীৰ বাবে ভাল খবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলাচল হ'ব প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে এই ঘোষণা। 
2 Min read
THUMB
Assamese

আজি ইংৰাজী নতুন বছৰৰ প্ৰথমটো দিন

আজি ইংৰাজী নতুন বছৰৰ প্ৰথমটো দিন। ন উদ্যম ন প্ৰত্যাশাৰে নতুন বছৰৰ আৰম্ভণি। সকলোৰে কুশল-মংগল কামনা কৰি পূজা-অৰ্চনা। পুৱাৰে পৰা নামঘৰ-মন্দিৰত ভিৰ অজস্ৰজনৰ। 
2 Min read
THUMB
Assamese

বছৰৰ প্ৰথম দিনটোত ভাল খবৰ!

বছৰৰ প্ৰথম দিনটোত ভাল খবৰ! অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ৮ হাজাৰ টকা। বছৰৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।
1 Min read
1
Assamese

বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ!

ৰাজ্যবাসীক বছৰৰ শেষত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। চাউলৰ লগতে বিনামূল্যে লাভ কৰিব দাইল, চেনী আৰু নিমখ। ২৬ত বিজেপিক জিকাই দিলে বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ।
1
Assamese

জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল অসহনীয় শব্দ "হত্যা"!

মৰমৰ গল্ডী যে নাই, সেই কথা মানি ল'ব পৰা নাই গৰিমাই। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ বহু বিস্ফোৰক মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। SITৰ চাৰ্জশ্বীট পঢ়ি ফেচবুকত এক দীঘলীয়া পোষ্ট জুবিন পত্নীৰ। 
7 Min read
Advertisment