Advertisment

অসম

1
Assamese

হিন্দুসকলে জন্ম দিয়ক দুই-তিনিটাকৈ সন্তান -মুখ্যমন্ত্ৰী

মুছলমানক ৭ৰ পৰা ৮টাকৈ সন্তান জন্ম নিদিবলৈ কওঁ। কাৰণ সংখ্যালঘু এলেকাত মুছলমানৰ সন্তান জন্ম দিয়া হাৰ বেছি। কিন্তু হিন্দু লোকৰ সংখ্যালঘু এলেকাত সন্তান জন্ম দিয়াৰ হাৰ কম। সেয়ে হিন্দু লোকক তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
2 Min read
1
Assamese

সাৱধান!ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত আৰক্ষী

নৱবৰ্ষক আদৰাৰ নামত অত্যাধিক আনন্দ কৰাসকল সাৱধান! সুৰাপান কৰি বাহন চলালে বিপদ নিশ্চিত আপোনাৰ। সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীৰ অভিযান। সুৰাপান কৰি বাহন চলাই ধৰা পৰিলেই লোৱা হ’ব বিহিত ব্যৱস্থা।
1 Min read
1
Assamese

প্ৰচণ্ড শীত! ৭ দিনলৈ বন্ধ বিদ্যালয়

ৰাজ্যত এতিয়া প্ৰচণ্ড শীত। প্ৰচণ্ড শীতৰ মাজতে শিক্ষাৰ্থীসকললৈ আহিল ডাঙৰ খবৰ। শীতৰ বাবেই বন্ধ ঘোষণা কৰা হ'ল বিদ্যালয়। কামৰূপ মহানগৰ জিলাত আগন্তুক ৭ দিনলৈকে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা। 
2 Min read
1
Assamese

মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ

বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ। ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে প্ৰাৰ্থী দিব BPF দলে। অশোক সিংঘালৰ বিৰুদ্ধে দুৰ্নীতিৰ ডাঙৰ অভিযোগ পাচনৈ চেৰফাং সমষ্টিৰ BPFৰ পাৰিষদ শ্যাম চুণ্ডীৰ।
2 Min read
1
Assamese

মাত্ৰ ১৫ দিন! কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰ

কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰ। অশান্ত কাৰ্বি আংলঙৰ বেদখলকাৰীক বান্ধি দিয়া হ'ল সময়সীমা। বিহুৰ পাছতে কাৰ্বি-আংলঙৰ PGR-VGR ভূমিত বসবাস কৰা বেদখলকাৰী সকলক কৰা হ'ব উচ্ছেদ।
2 Min read
THUMB
Assamese

পহিলা জানুৱাৰীৰ পৰা চানডুবি উৎসৱ

আৰম্ভ হ'ব ২০২৬ বৰ্ষৰ চানডুবি উৎসৱ। পহিলা জানুৱাৰীৰ পৰা অসম-মেঘালয় সীমান্তৱৰ্তী চানডুবি বিলৰ পাৰত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব চানডুবি উৎসৱ। চানডুবি উৎসৱত প্ৰদৰ্শিত হ'ব পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ মেটমৰা সম্ভাৰ। 
2 Min read
THUMB
Assamese

হেৰাই গ'ল হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডবোৰ

নতুন আশাৰে ইজনে-সিজনৰ মাজত আদান প্ৰদান কৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন পত্ৰ তথা হেঁপাহৰ শুভেচ্ছা কাৰ্ডখন এতিয়া যেন কালৰ বুকুত হেৰাই গ'ল। এতিয়া সহজে উপলব্ধ নহয় এসময়ত বহুলভাৱে প্ৰচলিত আপোনজনে প্ৰেৰণ কৰা হেঁপাহৰ গ্ৰীটিংছ কাৰ্ডখন। 
2 Min read
1
Assamese

বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ড

২৫ জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব টি-২০ মেচ। ভাৰত-নিউজিলেণ্ড টি-২০ শৃংখলাৰ তৃতীয়খন মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। ১ জানুৱাৰীৰ পৰা BookMyShowৰ জৰিয়তে উপলব্ধ হ’ব টিকট।
1
Assamese

মুখ্যমন্ত্ৰীৰ সংকল্প, অচিনাকী লোকক শান্তিত থাকিবলৈ নিদিও

জাতিৰ বৰঘৰত অচিনাকি লোকক সোমাবলৈ নিদিব। কোনো অচিনাকী লোককে অসমভূমিত শান্তিৰে থাকিবলৈ নিদিও। যিমান সোনকালে পাৰে আমাৰ সত্ৰৰ ভূমিৰ পৰা আঁতৰি যাওক অচিনাকী লোক। বটদ্ৰৱাৰ পৰা হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।  
2 Min read
1
Assamese

মুছলমানৰ কলিজাত আঘাত হানিছে মুখ্যমন্ত্ৰীয়ে, সৰৱ মুছা

মাদ্ৰাছা, মছজিদত বুলড'জাৰ চলাই মুছলমানৰ কলিজাত আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ। অমানৱীয় উচ্ছেদ, ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগেৰে এই প্ৰতিবাদ মুছাৰ। 
1 Min read
Advertisment