Advertisment

অসম

1
Assamese

জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়া

জুবিন গাৰ্গ বিহীন ১০০টা দিন। ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ নামৰ সত্বাটোক অসমীয়াই কোনোকালে নাপাহৰে, পাহৰিব নোৱাৰে। এতিয়া মাথো অসমবাসীয়ে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ন্যায়। 
2 Min read
1
Assamese

ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো?

ভোটাৰ তালিকাত বিসংগতি আছে নেকি আপোনাৰ? যদি আপোনাৰ ভোটাৰ তালিকাত বিসংগতি আছে তেনেহলে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিবলৈ আপোনাৰ হাতত আছে আৰু কেইটামান দিন। ইতিমধ্যে BLO-এ ঘৰে ঘৰে গৈ সম্পূৰ্ণ কৰিছে ভোটাৰ ভেৰিফিকেশ্যন। 
2 Min read
THUMB
Assamese

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেইবাটাও কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। চৰকাৰী সময়সূচী অনুসৰি আজি নিশা গুৱাহাটীত উপস্থিত হ'ব গৃহমন্ত্ৰীগৰাকী। কইনাধৰাৰ ১নং ৰাজ্যিক অতিথিশালাত নিশা কটাব গৃহ মন্ত্ৰী অমিত শ্বাহে।
2 Min read
THUMB
Assamese

১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড

১৮ মহীয়া আয়াজ আজিলে গঢ়িলে ৰেকৰ্ড। ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে গৌৰৱ কঢ়িয়াই আনিলে আয়াজ আজিলে। দেৱ শিশুৰ বিস্ময়ক প্ৰতিভাত এতিয়া গৌৰৱান্বিত সকলো।
1 Min read
THUMB
Assamese

ব্যস্ততাৰে ভৰা জীৱনৰ কোলাহলৰ পৰা আঁতৰি...

প্ৰতিবছৰে বছৰৰ শেষৰ ফালে দেখা যায় বনভোজস্থলীসমূহত বনভোজপ্ৰেমীৰ ভিৰ। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। ৰাজ্যৰ ‘পিকনিক স্পট’বোৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। বনভোজ খোৱা লোকেৰে ভৰি পৰিছে বনভোজস্থলীসমূহ।
2 Min read
THUMB
Assamese

চিয়াং নৈৰ পাৰত সেউজ বিপ্লৱ

চিয়াং নৈৰ পাৰত সেউজ বিপ্লৱ। কৃষি কাৰ্যৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে জামপানীৰ কৃষিজীৱী ৰাইজে। প্ৰায় দুই শতাধিক কৃষকে শ শ হেক্টৰ মাটিত কৃষি কাৰ্যৰে উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে।
1 Min read
THUMB
Assamese

ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ বাহনত খুন্দিয়াই পলাবলৈ লৈছিল গৰু সৰবৰাহকাৰী। পলাবলৈ লওঁতেই চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা।
1 Min read
1
Assamese

আৰক্ষীৰ অত্যাচাৰে শেষ কৰিলে ৰছিদুল হকৰ জীৱন!

বিলাসীপাৰাৰ খুদনামাৰীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি এজন কিশোৰে আত্মহত্যা কৰাৰ অভিযোগ। মৃতদেহ সম্মুখত লৈ স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।
2 Min read
THUMB
Assamese

সময় গতিশীল...। উভতি চাওঁ ২০২৫

সময় গতিশীল। সময়ৰ সোঁতত অতীত হ’ব আৰু এটা বছৰ। ২০২৫ৰ যৱনিকা পৰিবলৈ মাজত মাথোঁ আৰু কেইটামান ক্ষণ। ২০২৫ বৰ্ষটোলৈ উভতি চালে আপোনাৰ দুচকু সেমেকি উঠিব। এই বৰ্ষত আমি হেৰুৱালো বহু উজ্বল নক্ষত্ৰ।
3 Min read
1
Assamese

প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী

আমাৰ প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ। মন্ত্ৰী-বিধায়ক কোন হ'ব সেয়া অৰ্থহীন। ধুবুৰী, দলগাঁও, নাওবৈচা আদিৰ পৰা অসমীয়া আঁতৰি আহিল। স্বদেশ-স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব- মুখ্যমন্ত্ৰী। 
2 Min read
Advertisment