Advertisment

অসম

1
Assamese

বাংলাদেশত হিন্দুক কৰা অত্যাচাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ!

বাংলাদেশত হিন্দু হত্যাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক। ৰঙিয়া আৰক্ষীৰ জালত শ্বেইফ আখতাৰ আলী নামৰ যুৱকজন। ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু দুটাকৈ হিন্দুত্ববাদী সংগঠনৰ।
2 Min read
THUMB
Assamese

বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি

বৰ্তমানেও অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি। পুনৰ উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমি। হাতে হাতে লাঠী লৈ ওলাই আহিছে অনা-কাৰ্বি পুৰুষ-মহিলা। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন।
2 Min read
THUMB
Assamese

কৰ্মসংস্কৃতিৰ উত্‍কৃষ্ট নিদৰ্শন বিশ্বজিৎ নাথ

যিটো সময়ত একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে। কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। সেই সময়তে এগৰাকী শিক্ষিত যুৱকৰ কৰ্মসংস্কৃতিয়ে দাঙি ধৰিছে উত্‍কৃষ্ট নিদৰ্শন।
2 Min read
THUMB
Assamese

নামনি সোৱণশিৰি জলবিদ্যুত্‍ প্ৰকল্পৰ টাৰ্বাইন ঘূৰিল

আজিৰে পৰা নামনি সোৱণশিৰি জলবিদ্যুত্‍ প্ৰকল্পত ঘূৰিল টাৰ্বাইন। NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুত্‍ প্ৰকল্পত ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ। ৰাজ্যজুৰি চলা ব্যাপক প্ৰতিবাদ আৰু নদীবান্ধৰ বিৰোধিতা ওফৰিল। অথলে গ'ল নদীবান্ধটোৰ বিৰুদ্ধে বছৰ বছৰ ধৰি কৰা আন্দোলন।
1 Min read
THUMB
Assamese

অন কেমেৰা দেশবিৰোধী শ্লোগান

অন কেমেৰা দেশবিৰোধী শ্লোগান দি আৰক্ষীৰ জালত এজন যুৱক। পাকিস্তান জিন্দাবাদ ধ্বনি দি থাকোঁতেই ৰাইজে ধৰিলে ছায়েদ আলী নামৰ যুৱকজনক। ৰাইজে কৰায়ত্ত কৰি ছয়গাঁও আৰক্ষীক গতাই দিলে ছায়েদ আলীক। 
1 Min read
THUMB
Assamese

শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে BNSৰ 163 জাৰি। কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। ভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে এফালৰ পৰা কৰি গৈছে অগ্নিসংযোগ।
2 Min read
THUMB
Assamese

২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছিল অসম চৰকাৰে। বটদ্ৰৱা সাংস্কৃতিক প্রকল্পটো ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে উদ্বোধন কৰিব।
2 Min read
THUMB
Assamese

সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ক

ঘৃণা বিয়পোৱা বক্তব্য দিয়াসকল সাৱধান! শীঘ্ৰেই চৰকাৰে আনিব এখন নতুন বিধেয়ক। মুখ্যমন্ত্ৰীৰ স্পষ্ট স্থিতি- কোনো ধৰ্মৰ বিৰুদ্ধে অপমানজনক মন্তব্য সহ্য কৰা নহ’ব।
2 Min read
THUMB
Assamese

কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি

কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। সোমবাৰৰ দিনটোত অধিক উত্তপ্ত হৈ পৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি। KACCৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ।
2 Min read
THUMB
Assamese

অভিযুক্তৰ মুখত নাই অনুসূচনা, হতভম্ব হাৰ্টথ্ৰ'ৱৰ ভগ্নী

অলপো অনুতপ্ত নহয় জুবিন গাৰ্গ হত্যাৰ আটাইকেইজন অভিযুক্ত। জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানিত আজি আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। শুনানিৰ সময়ত অভিযুক্তৰ মুখত পামী বৰঠাকুৰে নেদেখিলে অনুসূচনা।
Advertisment