Advertisment

অসম

THUMB
Assamese

বাস্তৱ হ'ল সপোন, কোনে কোনে পালে চৰকাৰী নিযুক্তি?

চৰকাৰী চাকৰিৰ সপোন বাস্তৱ একাংশৰ। পুনৰ ৩,৪২০গৰাকী প্ৰাৰ্থীলৈ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Thumb
Assamese

কেৱল লুণ্ঠন! বিজেপিৰ অসম প্ৰেমক লৈ প্ৰশ্ন কংগ্ৰেছৰ

বিজেপিক কেৱল অসমৰ পৰা ভোট লাগে। অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰীয়ে কৈছিল, বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব। কিন্তু এই বিজেপিৰে দুজন বিধায়ক প্ৰমাণিত হৈছে বাংলাদেশী বুলি। 
1 Min read
Thumb
Assamese

"জুবিন জ্বলন্ত জুই..." প্ৰধানমন্ত্ৰীয়ে কিয় স্মৰণ নকৰিলে জুবিনক?

দুদিনীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ মুখত উচ্ছাৰিত নহ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো জুবিন গাৰ্গক স্মৰণ নকৰাক লৈ অসন্তষ্ট অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। সামাজিক মাধ্যমযোগে দুই নেতাই ব্যক্ত কৰিলে নিজৰ ক্ষোভ।
2 Min read
Thumb
Assamese

হিন্দুৰ ওপৰত আক্ৰমণ সহ্য নকৰো! বাংলাদেশৰ হিন্দুৰ পক্ষত অসমৰ মুছলমান

জ্বলিছে বাংলাদেশ। অশান্ত বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত হৈছে আক্ৰমণ। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা এই আক্ৰমণ সহ্য নকৰে অসমৰ মুছলমানে। বাংলাদেশৰ মাটিত ভাৰত বিৰোধী কোনো কাৰ্যকলাপো সহ্য কৰা নহ'ব। ABMSUৰ হুংকাৰ। 
2 Min read
Thumb
Assamese

মুখা পিন্ধাবোৰে নহয়..., জুবিন ভগ্নীৰ বিশেষ পো’ষ্ট

সংযমী হৈ আছো, দুৰ্বল নহয়! আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গক ন্যায় দিয়াৰ যুঁজ। জুবিন গাৰ্গৰ চৰিত্ৰহনন আৰু গৰিমা গাৰ্গৰ নিন্দাই এতিয়া চৰম সীমা পাইছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে এয়া বুজিবলৈ মই অপাৰগ।
3 Min read
Thumb
Assamese

'A for Apple'  নহয় এতিয়া  'A for Assam', আজি অসমীয়াই আকাশ চুইছে

এদিন আমি ভাবিছিলো, সুযোগ পালে অসমীয়াই আকাশ চুব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমাণ কৰিলে যে অসমীয়াই আকাশ চুবই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি অসমীয়াই আকাশ চুইছে। নামৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। 
2 Min read
THUMB
Assamese

নলবাৰীত বন্যহস্তীৰ উপদ্ৰৱ

বন্যহস্তীয়ে নিতৌ উপদ্ৰৱ চলাইছে বনমন্ত্ৰীৰ গৃহ জিলা নলবাৰীত। নলবাৰীৰ কেন্দুকুছি, বৰখানাজান, ক্ষুদ্ৰকটৰা, খাতকটৰা, কতাহকুছি গাঁৱকে ধৰি বিভিন্ন স্থানত হাতীৰ জাকে সন্ত্ৰাস চলাই বহু পৰিয়ালৰ বাসগৃহ ভাঙি তচ-নচ কৰি পেলায়।
2 Min read
THUMB
Assamese

লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’

পুৱাই লুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠান। ব্ৰহ্মপুত্ৰত চৰাইদেউ-২ (Charaidew II) জাহাজত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই অনুষ্ঠানত ২৫গৰাকী শিক্ষাৰ্থীৰ সৈতে মতবিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
1 Min read
THUMB
Assamese

ড্ৰাগছ সৰবৰাহকাৰীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ড্ৰাগছ সৰবৰাহৰ অপৰাধত যুৱকক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় আদালতৰ। ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১ লাখ টকাৰ জৰিমনাও বিহে আদালতে। কাছাৰৰ বিশেষ ন্যায়াধীশ বিপ্রজিত ৰায়ৰ আদালতে দিলে কাৰাদণ্ডৰ ৰায়।
1 Min read
THUMB
Live
Assamese

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিয়লি গুৱাহাটী পাবহি প্ৰধানমন্ত্ৰী। গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব মোদীয়ে।
1 Min read
Advertisment