Assamese বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ মৃত্যু পুনৰ বহিঃৰাজ্যত অকাল মৃত্যুক আঁকোৱালি ল’লে অসমৰ এজন শ্ৰমিকে। তেনে এক কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ ধেমাজিৰ চিচিবৰগাঁও অঞ্চলত শোকৰ ছাঁ পেলাইছে। কেৰেকনি মাজগাঁৱৰ লক্ষ্যজিৎ দিহিংগীয়া বিগত প্ৰায় তিনিমাহ ধৰি কেৰালাৰ কতেম জিলাত থকা এটা কোম্পানীত কৰ্মৰত হৈ আছিল।
Assamese অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। পুৱাই ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী অংশগ্ৰহণ প্ৰধানমন্ত্ৰীগৰাকীৰ। ব্ৰহ্মপুত্ৰৰ বুকুত চৰাইদেউ -২ (Charaidew II) জাহাজত উঠি প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী।
Assamese একেদিনাই ৩ লম্পটক কাৰাদণ্ড একেদিনাই তিনি অভিযুক্তক কাৰাদণ্ডৰ ৰায়। মৰিগাঁও POCSO আদালতৰ বিশেষ ন্যায়াধীশে দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহিলে তিনি ধৰ্ষণকাৰীক। কিশোৰীৰে জঘন্য কাণ্ড কৰা কুবেদ আলী, অতুল বৰা আৰু ৰজনী দৈমাৰীক কাৰাদণ্ড বিহিলে আদালতে।
Assamese সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদী সৰ্বাধিক অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত নৰেন্দ্ৰ মোদী। দলীয় কাৰ্যসূচী বাদ দিয়ো ২০১৪ চনৰ পৰা ১৮বাৰ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই সময়ছোৱাত ২৮টা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে নৰেন্দ্ৰ মোদীয়ে।
Assamese চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড! চিনেমাৰ কায়দাৰে অপহৰণ কাণ্ড! স্কুলীয়া ছাত্ৰক বলপূৰ্বকভাৱে ৬ জনীয়া যুৱকৰ দলে চাৰিচকীয়া বাহনত উঠাই লৈ গৈ কাণত ধৰাই উঠা-বহা কৰোৱাৰ গুৰুতৰ অভিযোগ। ৬ জনীয়া যুৱকৰ দলে ছাত্ৰজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন।
Assamese স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড। এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা। লক্ষাধিক টকাৰ বিদ্যুৎ বিল দেখি হতভম্ব গ্ৰাহক। লাখটকীয়া বিলৰ বাবে SDOলৈও লিখিত অভিযোগ ভুক্তভোগীৰ।
Assamese এফালে মোদীৰ অসম ভ্ৰমণ, আনফালে গৌৰৱ গগৈৰ প্ৰতিবাদ মাজুলীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ গৌৰৱ গগৈৰ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৰিলে APCCৰ সভাপতি গৰাকীয়ে। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকো সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ।
Assamese জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ নলবাৰী জিলা কাৰাগাৰৰ জেইলৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে ১৮গৰাকী কৰ্মচাৰীৰ বিস্ফোৰক অভিযোগ। কাৰাগাৰ মহাপৰিদৰ্শকলৈ বিস্ফোৰক অভিযোগ পত্ৰ জে’লৰ কৰ্মচাৰীৰ। জেইলৰ জ্যোতি প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ।
Assamese অৰুণাচলী দুৰ্বৃত্তৰ সন্ত্ৰাস! লখিমপুৰৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা। অসম-অৰুণাচল সীমান্ত চেঁচা ৰাজগড়ত নিশা অৰুণাচলী লোকৰ তাণ্ডৱ চলোৱাৰ অভিযোগ। এটি পৰিয়ালক আক্ৰমণ অৰুণাচলী যুৱকৰ। ২জন লোক গুৰুতৰভাৱে আহত।
Assamese আমেৰিকাত উজলিল অসমৰ জীয়ৰী আমেৰিকাত উজলিল অসমৰ জীয়ৰী। ডিব্ৰুগড়ৰ টিংখাঙৰ ষ্টেফী গগৈৰ শিৰত 'মিছ গ্ল’বেল এছিয়া ২০২৫'ৰ খিতাপ। ৩০ নৱেম্বৰত ৱাশ্বিংটনত অনুষ্ঠিত Empowering Global Women's Festivalত অংশ লৈ ষ্টেফীৰ এই সুনাম।