Advertisment

অসম

THUMB
Assamese

ঘপিয়াই হত্যা পত্নীসহ ২ কন্যা সন্তানক

এটা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ ধিং। পাষণ্ড পিতৃয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ২ কন্যাসহ পত্নীক। ধিঙৰ শল’গুৰিৰ কাছকাটিত সংঘটিত এই নৃশংস হত্যাকাণ্ডটো। বৃহস্পতিবাৰে নিশা প্ৰায় ১ মান বজাত সংঘটিত এই ভয়ংকৰ ঘটনা।
1 Min read
Thumb
Assamese

মনোৰঞ্জনৰ আহিলা নেকি অখিল গগৈ? মুখ্যমন্ত্ৰীৰ কটাক্ষ

অখিল গগৈৰ এতিয়া বিগ ফেন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিশা আজৰি হ’লেই অখিল গগৈৰ ফেচবুক চায় মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ ঘনে ঘনে ফেচবুক লাইভ অহা অখিল গগৈক টেনশ্যনৰ মেডিচিন আখ্যা মুখ্যমন্ত্ৰীৰ'।
1 Min read
Thumb
Assamese

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নামৰূপবাসী

ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে নামৰূপ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিব বহু প্ৰত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ। প্ৰায় ১১ হাজৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্প প্ৰস্তুত হ'ব নামৰূপত।
2 Min read
Thumb
Assamese

খং উঠিল যশপ্ৰীত বুমৰাহৰ, কাঢ়ি নিলে অনুৰাগীৰ ফোন

লক্ষ্ণৌ বিমানবন্দৰত খং উঠিল তাৰকা ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহৰ। অনুমতি নিদিয়াৰ পাছতো ভিডিঅ’ বনোৱা অনুৰাগীৰ ফোন কাঢ়ি নিলে বুমৰাহে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।
Thumb
Assamese

পুলিয়ে-পোখাই উৎখাত কৰিম, সৰ্বোচ্চ উজাৰি যুঁজিম! বিজেপিক হুংকাৰ

অসমৰ মাটিৰ পৰা পুলিয়ে-পোখাই উৎখাত কৰিব লাগিব বিজেপিক। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত, সমাজ-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত পৰাজিত কৰিব লাগিব বিজেপিক। বিজেপিক হৰুওৱাৰ সংগ্ৰামখনত সৰ্বোচ্চ উজাৰি দিয়াৰ হুংকাৰ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। 
2 Min read
1
Assamese

কপাল ফুলিল, কোনে কোনে পালে চৰকাৰী চাকৰি?

লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৪৩গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি। নিযুক্তি পত্ৰ বিতৰণত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
Thumb
Assamese

ভয়ংকৰ, শোকাৱহ! পথ দুৰ্ঘটনাই নিঠৰুৱা কৰিলে ২ বছৰীয়া কনমানিক

ভয়ংকৰ পথ দুৰ্ঘটনাই নিঠৰুৱা কৰিলে এটি ২ বছৰীয়া কনমানিক। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰূপহীমুখত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিপুল হাতীমূৰীয়া আৰু নমিতা চুতীয়া নামৰ দম্পতীয়ে। চাৰিলেনযুক্ত পথ নিৰ্মাণত নিয়োজিত ডাম্পাৰৰ অতপালিৰ বাবেই সংঘটিত এই দুৰ্ঘটনা।
2 Min read
Thumb
Assamese

কঠোৰ প্ৰশাসন, এইবাৰ বেদখলকাৰীৰ নিস্তাৰ নাই!

অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰৰ বুঢ়া চাপৰিত পৰিব এইবাৰ প্ৰশাসনৰ হাতোৰা। 
1 Min read
Thumb
Assamese

অসমত আকৌ ১৫ বাংলাদেশী, প্ৰশাসনে দিলে ২৪ ঘণ্টাৰ সময়সীমা

বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান। ৰাজ্যত পুনৰ চিনাক্ত কৰা হৈছে ১৫ বাংলাদেশীক। বাংলাদেশী ঘোষিত আটাইকে ২৪ ঘণ্টাৰ ভিতৰত ভাৰতৰ সীমাৰ পৰা বাহিৰ কৰাৰ নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ। 
1 Min read
Thumb
Assamese

IPL নিলামত কোটিপতি আকিব নবি দাৰ

IPL নিলামত কোটিপতি হ'ল আকিব নবি দাৰ। দিল্লী কেপিটেলছে ৮.৪০ কোটি টকাত ক্ৰয় কৰাৰ লগে লগে দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আকিব নবি। ঘৰুৱা ক্ৰিকেটত কৰা আকৰ্ষণীয় প্ৰদৰ্শনৰ পুৰস্কাৰ লাভ কৰি নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল জম্মু-কাশ্মীৰৰ ক্ৰিকেটাৰগৰাকী। 
2 Min read
Advertisment