Advertisment

অসম

Thumb
Assamese

কঠোৰ নিৰ্বাচন আয়োগ! সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নাম

SIR কাৰ্যকৰী হোৱাৰ পাছতে কঠোৰ ৰূপত নিৰ্বাচন আয়োগ। সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম। মৃত্যু, অন্য ঠাইলৈ স্থানান্তৰিত ডুপ্লিকেট ভোটাৰৰ নাম কৰ্তন নিৰ্বাচন আয়োগৰ। 
2 Min read
Thumb
Assamese

ধিঙত আজিও চলিল প্ৰশাসনৰ বুলড'জাৰ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।  দ্বিতীয় দিনাও নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে ধিঙত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দল। 
2 Min read
Thumb
Assamese

এগৰাকী অশীতিপৰ বৃদ্ধাৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈ

বয়সে হাৰ নমনা ১২০ বছৰীয়া এগৰাকী বৃদ্ধা। নর্মদা দেৱী নামৰ অশীতিপৰ বৃদ্ধাগৰাকীৰ কাহিনী শুনিলে চকু সেমেকি উঠিব আপোনাৰো। কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই বৃদ্ধাগৰাকীক লাগে কিছু চৰকাৰী সুবিধা, থাকিবলৈ লাগে এটা চৰকাৰী পকীঘৰ। 
2 Min read
Thumb
Assamese

লজ্জাজনক! সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰ

ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পট গোপীনাথক POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি প্ৰেৰণ জে’ললৈ। 
2 Min read
Thumb
Assamese

বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!

নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বুলড'জাৰ নহয় এইবাৰ কোৰ বেলচা লৈ উচ্ছেদ চলালে প্ৰশাসনে। ৪ দিনীয়াকৈ চলিব লগা এই উচ্ছেদ অভিযানত ২৩০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ।
2 Min read
Thumb
Assamese

নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

পাঁচটাকৈ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যৰে ২০ ডিচেম্বৰৰ বিয়লি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে কৰিব মত বিনিময়। 
1 Min read
THUMB
Assamese

কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰ

বিনা বেতনে বছৰৰ পিছত বছৰ ধৰি কণ কণ শিক্ষাৰ্থীসকলক জ্ঞানৰ পোহৰ বিলাই গৈছে ধেমাজিৰ জোনাই এগৰাকী শিক্ষয়িত্ৰীয়ে। দেশৰ ভৱিষ্যৎ স্বৰূপ শিশুসকলক দিছে শিক্ষাৰ জ্ঞান।
2 Min read
WhatsApp Image 2025-12-16 at 2.03.19 PM
Assamese

চকু কপালত... প্ৰায় ডেৰ ফুট দীঘল এপাত জোতা

এপাত জোতাক লৈ নাহৰকটীয়াত কৌতুহল। প্ৰায় ডেৰ ফুট দীঘল জোতাপাতক লৈ নাহৰকটীয়াৰ জাগুণত চাঞ্চল্য। একাংশৰ দাবী এয়া ৰজাদিনীয়া জোতা। জাগুণৰ ৰাকেশ দাসে ভাতৃৰ সৈতে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ হয় লেডাৰৰ এই প্ৰকাণ্ড জোতাপাত।
1 Min read
WhatsApp Image 2025-12-16 at 1.49.13 PM
Assamese

বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?

আকৌ আহিল জোনবিল মেলা। মধ্য অসমৰ তিৱাসকলৰ অন্যতম সাংস্কৃতিক পৰম্পৰা ঐতিহাসিক জোনবিল মেলা অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব। 
2 Min read
THUMB
Assamese

মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি!

মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ আছু আৰু ৰাইজৰ। অতি নিম্ন পৰ্যায়ৰ কামেৰে পথ নিৰ্মাণৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।
1 Min read
Advertisment