Assamese অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু। পূৰ্বে নাও চলাচল কৰা ঠাইত এতিয়া ব্ৰহ্মপুত্ৰৰে চলিছে দুচকীয়া, চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, ঘোঁৰাৰ গাড়ী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া-প্ৰকৃতিপ্ৰেমী।
Assamese আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হত্যাৰ গোচৰৰ শুনানি। প্ৰথমটো শুনানিত ভাৰ্চুৱেলী হাজিৰ কৰা হ’ব জুবিন হত্যাৰ গোচৰৰ ৭ অভিযুক্তক।
Assamese গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ, শ্যামকানু! আহিব নেকি শেখৰজ্যোতি, অমৃতপ্ৰভাও? পুনৰ গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তহত! আহিব শ্বেখৰজ্যোতি অমৃতপ্ৰভা মহন্তও! এতিয়া বিপাঙত পৰিছে চৰকাৰ আৰক্ষী। আকৌ হ'ব নেকি কিবা অপ্ৰীতিকৰ পৰিস্থিতি?
Assamese নিমখ খাই গাদ্দাৰী কৰিছে কংগ্ৰেছে! ’২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব সংখ্যালঘুৱে! কংগ্ৰেছ-AIUDF-এ নহয়, ’২৬ত সংখ্যালঘুৰ ভোট লাগিব বিজেপিকো। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত জমি উঠিছে সংখ্যালঘুৰ ৰাজনীতি। লক্ষ্যণীয়ভাৱে বিজেপিৰ সুৰতে কংগ্ৰেছক আক্ৰমণ আৰম্ভ কৰিছে AIUDF-এ।
Assamese চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ মাৰ্ঘেৰিটাত চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি চিকিৎসক নাপাই কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটি ডেৰমহীয়া শিশুৱে। সঠিক সময়ত চিকিৎসা নাপাই মৃত্যু হোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ।
Assamese দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী বুকুত অদম্য সাহস আৰু কাৰোবাৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা থাকিলে সাধাৰণতে অসাধ্য বুলি ভৱা কামো সহজ কৰি তুলিব পাৰে কিছুমান লোকে। দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা এজন বিশেষভাৱে সক্ষম যুৱকে আন বহুজনে অসাধ্য বুলি ভৱা কাম কৰি বহু জনৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।
Assamese "কা"ৰ অধীনত অসমত দুই বাংলাদেশী নাগৰিকে পুনৰ পালে ভাৰতীয় নাগৰিকত্ব "কা"ৰ অধীনত অসমত পুনৰ দুই বাংলাদেশী নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। শ্ৰীভূমি জিলাৰ বদৰপুৰৰ এগৰাকী মহিলাই নাগৰিকত্ব লাভ কৰাৰ লগতে শিলচৰৰো এজন লোকে পালে ভাৰতীয় নাগৰিকত্ব। "কা"ৰ অধীনত অসমত এইপৰ্যন্ত ৪ বাংলাদেশী হিন্দুৱে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব।
Assamese কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক দিছিল ভাৰতৰ বহু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ পাকিস্তানৰে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কুলেন্দ্ৰ শৰ্মা নামৰ এজন। গ্ৰেপ্তাৰ হোৱা কুলেন্দ্ৰ শৰ্মা বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া। দীৰ্ঘদিনে ধৰি পাকিস্তানৰ সৈতে সম্পৰ্ক থকা কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক যোগান ধৰি আহিছিল স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ।
Assamese PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত সংগ্ৰহ হাজাৰ হাজাৰ টকা চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতি। হাতীযুঁজুৱা গাঁও পঞ্চায়তৰ চৌহদত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ক্ষুব্ধ লোকে প্ৰহাৰ কৰে ৱাৰ্ড সদস্যাৰ স্বামীক। PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে।
Assamese "আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল...!" "আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল ! সকলো থান বান হৈ গ'ল ! কেনেকৈ কি ঘটিছিল সেই অভিশপ্ত দিনটোত আমি নজনালৈকে এই জুইকুৰা বুকুত জ্বলি থাকিব সদায়"! প্ৰিয় গল্ডীক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট।