Assamese 'আমাক নিৰ্বাচনী ললিপপ নালাগে'-বিজেপি চৰকাৰক হুংকাৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা আৰু সহ্য কৰা নহ'ব। বিজেপি চৰকাৰৰ ললিপপ কোনোপধ্যেই মানি নলও। জনজাতিকৰনৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ হুংকাৰ।
Assamese কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই ৰাজ্যৰ ৰাজপথত সংঘটিত হ’ল কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী স্কৰপিঅ’ বাহনে প্ৰচণ্ড খুন্দা মাৰে ডিভাইডাৰত। ইফালে আকৌ চলন্ত অৱস্থাতে ৰাজপথত জ্বলিল ট্ৰাক। আনহাতে অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱকে আঁকোৱালি ল’লে কৰুণ মৃত্যুক।
Assamese মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাত মিঞাৰ আগ্ৰাসন। আগ্ৰাসী মিঞাৰ বাবে ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বামুন্দী বিষ্ণুপুৰৰ খিলঞ্জীয়াই ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি জীৱন-নিৰ্বাহ কৰা ভূমিত ভয়-ভাবুকি দেখুৱাই ভূমি দখলৰ চেষ্টা কৰিছে আগ্ৰাসী মিঞাই।
Assamese পত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ড কাছাৰত পত্নীহন্তাক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। পত্নী হত্যাকাৰী স্বামী অপন দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে আদালতে।
Assamese মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে? অহা ২০ আৰু ২১ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত গুৱাহাটী এয়াৰপৰ্ট উদ্বোধন, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কৰা অংশৰ আধাৰশিলা অনুষ্ঠানকে ধৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে।
Assamese আয়েশা খাতুনৰ খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদ বাল্য বিবাহত জড়িত পঞ্চায়ত প্ৰতিনিধি! বাল্য বিবাহত জড়িতৰ অভিযোগত খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদ। গোৱালপাৰাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তত এই ঘটনা। সভানেত্ৰী আয়েশা খাতুনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা আয়ুক্তৰ।
Assamese ভয়ংকৰ! নিষ্ঠুৰ পিতৃ-মাতৃয়ে হত্যা কৰি জ্বলাই দিলে সন্তানক সন্তানক মৰিয়াই হত্যা কৰি জ্বলাই দিলে পিতৃ–মাতৃয়ে। নলবাৰীৰ ডিপ্তা গাঁৱত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। ডিপ্তা গাঁৱৰ আয়াম আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। নিষ্ঠুৰ পিতৃ-মাতৃৰ অমানৱীয় কাৰ্যক লৈ চৌদিশে চাঞ্চল্য।
Assamese নিজক উদঙাই সকলো খিনি দিছিল জুবিনে-গৰিমা নিজক উদঙাই সকলো খিনি দিছিল জুবিনে। তাৰ পাছতো জুবিনৰ দৰে মানুহক হত্যা কৰিব লগীয়া কি কথা থাকিব পাৰে? জুবিন গাৰ্গ হত্যাকাণ্ডত জড়িত দোষীয়ে শাস্তি পাবই লাগিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল হাৰ্টথ্ৰ'ৱৰ পত্নী।
Assamese হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য? সংকটৰ গৰাহত পৰা মহানগৰীৰ কাষৰীয়া মনোৰম দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য এতিয়া আৰু নাথাকিব! দীপৰ বিলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ। এলিভেটেড কৰিডৰ নিৰ্মাণৰ নামত সৌন্দৰ্য বৰ্ধনকাৰী গছবোৰ এফালৰ পৰা কাটি পেলোৱাৰ আছে সম্ভাৱনা।
Assamese গৌৰৱৰ ক্ষণ... কেয়া সাহাই নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে চাপৰৰ কেয়া সাহাই। INTERNATIONAL BOOK OF RECORDSত নাম সন্নিৱিষ্ট হ'ল প্ৰতিভাশালী যুৱতীগৰাকীৰ। কৰিলে এই কাম।