Assamese 'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আজি দাখিল কৰা হ’ল জুবিন গাৰ্গৰ সৈতে হোৱা ঘটনাৰ চাৰ্জশ্বীট। এতিয়া আদালতে শুনানি গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি দিব। চাৰ্জশ্বীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
Assamese কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা জুবিন গাৰ্গ ঘটনাৰ SITৰ চাৰ্জশ্বীটত কেতবোৰ চাঞ্চল্যকৰ, বিস্ফোৰক তথ্য। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা। হত্যাৰ গোচৰত প্ৰয়োগ হয় এই ধাৰা। লগতে আৰু কি কি আছে SITৰ চাৰ্জশ্বীটত?
Assamese চাৰ্জশ্বীট দাখিল, ৰহস্য জানিবলৈ অপেক্ষাৰত অসমীয়া ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? বিগত প্ৰায় ৩টা মাহেই প্ৰতিজন অসমীয়াৰ মনত এটায়েই প্ৰশ্ন- কিয় আমি প্ৰাণৰ শিল্পীক হেৰুৱাবলগীয়া হ'ল? আজি দাখিল হ'ল জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট।
Assamese পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা তেজপুৰৰ মহিলাৰ পাকিস্তান লিংক! পাকিস্তান লিংকৰ অভিযোগত গ্ৰেপ্তাৰ তেজপুৰ বৰঝাৰ গাঁওৰ শইকীয়া চুবুৰীৰ জ্যোতিকা কলিতা। উল্লেখ্য যে পাকিস্তানী নাগৰিকৰে বিগত ২৫ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল জ্যোতিকা। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য।
Assamese কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ? আজি ফাদিল হ'ব সকলো! প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰায় ৩টা মাহ।। কিছুসময়ৰ পাছতে আজি SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য।
Assamese কাইলৈৰ পৰা ফেলকন ফেষ্টিভেল ডিমাহাছাও সাজু হৈছে ১১ সংখ্যক ফেলকন ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ৷ ১১ সংখ্যক ফেলকন ফেষ্টিভেলৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈ উঠিছে। কাইলৈৰ পৰা ১৪ ডিচেম্বৰলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ফেলকন ফেষ্টিভেল।
Assamese ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এবছুৰ গৰ্জন ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে এবছুৰ বিশাল জোঁৰ সমদল। কেইবাটাও দাবীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰ্জন এবছুৰ। হাতে হাতে জোঁৰ লৈ শ শ লোকে কঁপাই তুলিলে আকাশ-বতাহ। শীঘ্ৰে দাবী পূৰণৰ আহ্বান এবছুৰ।
Assamese অৰুণাচলত দুটাকৈ সন্দেহজনক ISIৰ এজেণ্টক গ্ৰেপ্তাৰ পাকিস্তানৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত দুজনকৈ যুৱকক গ্ৰেপ্তাৰ। অৰুণাচলত আৰক্ষীৰ জালত দুজনকৈ পাকিস্তানৰ সন্দেহজনক ISIৰ এজেণ্ট। ভাৰতীয় প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগ।
Assamese নাবালিকাৰে জঘন্য কাণ্ড ইটা ভাটাৰ মালিকৰ ৰাজ্যত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। এগৰাকী নাবালিকাক ধৰ্ষন কৰি অন্তঃসত্বা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল ইটা ভাটাৰ মালিক। HBI ইটাভাটাৰ স্বত্বাধিকাৰী মহম্মদ আলী নামৰ এটা নৰপিশাচৰ বিৰুদ্ধে এই অভিযোগ।
Assamese কাইলৈ ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য! প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৩টা মাহ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। কাইলৈ SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য।