Advertisment

অসম

THUMB
Assamese

পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটিছে ন ন পৰিভ্ৰমী চৰাইৰ। পৰিভ্ৰমী পক্ষী তথা চৰাইৰ কলৰৱেৰে মুখৰিত হৈ পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অভয়াৰণ্যখনৰ জলাশয়সমূহত এই পৰিভ্ৰমী পক্ষীৰ জাক সমূহে সৃষ্টি কৰিছে আকৰ্ষণীয় দৃশ্যৰ। 
2 Min read
THUMB
Assamese

প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনা

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত প’পষ্টাৰ পোষ্ট মেলনৰ অনুষ্ঠানত কেউফালে দেখা গ'ল জুবিন বন্দনা। বিশ্ববিখ্যাত শিল্পীৰ পৰা দৰ্শকলৈ... সকলোৰে মুখত কেৱল জুবিন গাৰ্গ। অসমত অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা পোষ্ট মেলনৰ মুখত শুনা গ'ল জুবিনৰ কথা। 
1 Min read
Thumb
Assamese

কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

‘কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত ফেচবুক একাউণ্ট খুলি চলাই আছে অপপ্ৰচাৰ’। ‘কংগ্ৰেছৰ নেতা-কৰ্মীৰ সামাজিক মাধ্যমত অভদ্ৰামি চূড়ান্ত পৰ্যায় পাইছেগৈ’। এইসকলৰ ওপৰত চৰকাৰৰ নজৰ আছে, নিৰ্বাচনৰ পিছতে সকলোৰে বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা’।
2 Min read
Thumb
Assamese

বিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান!

ক’ৰবাত মছজিদ ভাঙিছে কিন্তু মন্দিৰ নাভাঙিলে। ক’ৰবাত আকৌ বিজেপিৰ কাৰ্যালয় নাভাঙি সংখ্যালঘু প্ৰতিষ্ঠান ভাঙিছে। সাম্প্ৰদায়িক বিষবাস্প আৰু ধৰ্মীয় মেৰুকৰণৰ বাবে আৰু নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সংখ্যালঘুক অমানৱীয়ভাৱে উচ্ছেদ চলাইছে বিজেপি চৰকাৰে। 
2 Min read
Thumb
Assamese

অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰী

অখিল গগৈ জিকিবই। অখিল গগৈ হিৰো হয়। গতিকে অখিল গগৈয়ে আহি গুৱাহাটীৰ যিকোনো এটা সমষ্টিত নিৰ্বাচন খেলিলেই হ'ল। হঠাৎ মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল অখিল গগৈৰ প্ৰশংসা।
2 Min read
Thumb
Assamese

কেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৰাজ্যৰ শিক্ষাৰ্থী সকলক চৰকাৰে প্ৰদান কৰিলে ডাঃ বাণীকান্ত কাকতি মেধা বঁটা। ডাঃ বাণীকান্ত কাকতি মেধা বঁটাৰ জৰিয়তে ১১,২৫০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিলে স্কুটী।  
2 Min read
Thumb
Assamese

ছাকিৰা আহিব গুৱাহাটীলৈ

গুৱাহাটীলৈ আহিব ছাকিৰা! প'ষ্ট মেলনৰ পাছতে অসমলৈ ছাকিৰা অহাৰ সম্ভাৱনা। ছাকিৰাক অসমলৈ অনাৰ ইচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। অহা বছৰেই অসমলৈ আহিব পাৰে বিশ্ব প্ৰসিদ্ধ শিল্পীগৰাকী। 
2 Min read
THUMB
Assamese

ভাৰত-ভূটান সীমান্তত ভয়াৱহ পৰিস্থিতি

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে। দেওবাৰে নিশা ভূটান সীমান্তৰ চেঁচাপানী কুমাৰপাৰাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই কেইবটাও পৰিয়ালৰ বাসগৃহ, ঘৰৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে।
2 Min read
THUMB
Assamese

ওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ!

বিটিচিৰ ওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ। খৈৰাবাৰী পৰিষদীয় সমষ্টিত এখন বাঁহৰ দলঙে দাঙি ধৰিছে প্ৰকৃত উন্নয়নৰ ছবি। পানেৰী বিধানসভা সমষ্টিৰ ৰঙাগাঁৱৰ এখন বাঁহৰ দলঙে জীয়াতু ভুগাইছে কেইবাখনো গাঁৱৰ ৰাইজক।
2 Min read
THUMB
Assamese

জোনাইত সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা

ধেমাজিৰ জোনাইত দুদিনীয়াকৈ অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা। বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম ভিত্তিত 'MR. & MS ASSAM' দেহশ্ৰী প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকী পুৰুষ আৰু মহিলা শৰীৰ চৰ্চাবিদে অংশগ্ৰহণ কৰে।
1 Min read
Advertisment