Advertisment

অসম

THUMB
Assamese

বৰবিহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী!

ড্ৰাগছ, গাঞ্জাৰ ঘাটিত যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী! ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত থকাৰ পিছতো যেন একাংশ সৰবৰাহকাৰীয়ে নিতৌ চলাই গৈছে বৰবিহৰ ৰমৰমীয়া বেহা। 
1 Min read
WhatsApp Image 2025-12-07 at 7.40.43 PM
Assamese

চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জন

চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগেৰে উত্তাল ৰাভা হাছং এলেকাধীন অঞ্চল। হাতে হাতে জোঁৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জন।
1 Min read
THUMB
Assamese

ই–ৰিক্সা চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰ

এগৰাকী সাহসী আৰু কৰ্ম উদ্যমী মহিলাৰ কৰ্মৰাজি এতিয়া সকলোৰে মুখে মুখে চৰ্চিত। নিজৰ কৰ্মত বিশ্বাসী মহিলাগৰাকীয়ে কৰি অহা কৰ্ম এতিয়া বহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস। কথাৰে নহয়, কৰ্মৰে নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে বিহপুৰীয়াৰ এগৰাকী মহিলাই।
1 Min read
THUMB
Assamese

লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা

দেওবাৰে লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা। লখিমপুৰৰ আজাদ নৱজ্যোতি ৰংগমঞ্চ চৌহদত এদিনীয়াকৈ অনুষ্ঠিত হ'ল এই বিনামূলীয়া গ্ৰন্থমেলাখন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই বিনামূলীয়া গ্ৰন্থমেলাখন।
2 Min read
WhatsApp Image 2025-12-07 at 12.01.16 PM
Assamese

পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ

যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন শোভা। শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছে আলহী পক্ষীৰ। সমান্তৰালকৈ গঁড়, ম'হ, গাহৰিৰ লগতে অন্য জীৱ-জন্তুৰ দৃষ্টিনন্দন শোভাই আকৰ্ষিত কৰিছে পৰ্যটকক।
1 Min read
THUMB
Assamese

গুৱাহাটীত পপ ষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট

প্ৰথমবাৰৰ বাবে গুৱাহাটীত সংগীতানুষ্ঠান কৰিবৰ বাবে আহিব আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পী পোষ্ট মেলন। ৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সংগীত পৰিৱেশন কৰিব আমেৰিকান পপ ষ্টাৰ পোষ্ট মেলনে।
2 Min read
THUMB
Assamese

কেতিয়া আদালতত দাখিল কৰা হ'ব ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট?

অৱশেষত দিন–বাৰ চূড়ান্ত হ’ল ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট দাখিলৰ দিন। ১২ ডিচেম্বৰত আদালতত চার্জশ্বীট দাখিল কৰিব SIT-এ। সংবাদমেলযোগে ঘোষণা কৰিলে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। চার্জশ্বীট দাখিলৰ পিছতে ৰাজহুৱা হ'ব সকলো কথা।
2 Min read
WhatsApp Image 2025-12-06 at 7.23.08 PM
Assamese

উচ্ছেদিতক টকা বিলাই সহায়ৰ হাত বিধায়ক আমিনুল ইছলামৰ

উচ্ছেদিতক ধন বিলালে বিধায়ক আমিনুল ইছলামে। ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদস্থলীত উপস্থিত হৈ কৰিলে উচ্ছেদৰ বিৰোধিতা। 'মুছলমান হোৱাৰ বাবে আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদ কৰিছে ভকতগাঁৱত'। 'মুখ্যমন্ত্ৰী অসহিষ্ণু মানৱ, যাৰ বাবে মুছলমানক এনদৰে উচ্ছেদ চলাই আছে'।
1 Min read
WhatsApp Image 2025-12-06 at 5.11.30 PM
Assamese

মাহীয়েকৰ ছোৱালীক ভালপোৱা আহমদ আলীৰ ভয়ংকৰ কাণ্ড... কঁপি উঠিব বুকু

মাহীয়েকৰ ছোৱালীৰে আহমদ আলীৰ প্ৰেমৰ সম্পৰ্ক। ছাজিদাৰ ঘৰলৈ প্ৰায়েই আহ-যাহ হৈছিল আহমদ আলীৰ। কিন্তু হঠাৎ প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি প্ৰেমিকাক হত্যা কৰাৰ অভিযোগ প্ৰেমিক আহমদৰ বিৰুদ্ধে।
1 Min read
Thumb
Assamese

সংখ্যালঘু অধ্যুষিত সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈৰ!

'২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কংগ্ৰেছ, AIUDFৰ দুৰ্গত ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ।
2 Min read
Advertisment