Advertisment

অসম

WhatsApp Image 2025-12-06 at 5.11.30 PM
Assamese

মাহীয়েকৰ ছোৱালীক ভালপোৱা আহমদ আলীৰ ভয়ংকৰ কাণ্ড... কঁপি উঠিব বুকু

মাহীয়েকৰ ছোৱালীৰে আহমদ আলীৰ প্ৰেমৰ সম্পৰ্ক। ছাজিদাৰ ঘৰলৈ প্ৰায়েই আহ-যাহ হৈছিল আহমদ আলীৰ। কিন্তু হঠাৎ প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি প্ৰেমিকাক হত্যা কৰাৰ অভিযোগ প্ৰেমিক আহমদৰ বিৰুদ্ধে।
1 Min read
Thumb
Assamese

সংখ্যালঘু অধ্যুষিত সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈৰ!

'২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কংগ্ৰেছ, AIUDFৰ দুৰ্গত ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ।
2 Min read
Thumb
Assamese

গ্ৰেপ্তাৰ হ’ল ‘লেডী ডন’ গীতা পাণ্ডে

অৱশেষত গ্ৰেপ্তাৰ হ’ল শিলচৰৰ ‘লেডী ডন’ গীতা পাণ্ডে। ধন দাবী, অবৈধ বেহাৰে ত্ৰাসৰ সৃষ্টি কৰা গীতা পাণ্ডেক গ্ৰেপ্তাৰ। আৰক্ষী, আদালতত লৈও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ গীতা পাণ্ডেৰ বিৰুদ্ধে। 
1 Min read
Thumb
Assamese

বুলড’জাৰেৰে ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ

চামগুৰিৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিত চলিল বুলড’জাৰ প্ৰশাসনৰ। অংগনৱাড়ী কেন্দ্ৰ–চৰকাৰী বিদ্যালয় সকলো চূৰমাৰ বুলড’জাৰত। ঘৰখন ভাঙি চূৰমাৰ কৰা দেখি হিয়া ঢাকুৰি মাটিত বাগৰি কান্দিছে বেদখলকাৰীয়ে। আশ্ৰয়ৰ বাবে অলপ মাটি বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান উচ্ছেদিতৰ।
1 Min read
THUMB
Assamese

হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ব্ৰহ্মপুত্ৰত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ হাহাকাৰময় পৰিৱেশ। নলবাৰী আৰু বৰপেটাৰ সীমান্তৱৰ্তী ঠাই চেঙাৰ বালাট্টাৰী চৰৰ ব্ৰহ্মপুত্ৰত আজি উদ্ধাৰ হয় মৃতদেহটো।
1 Min read
THUMB
Assamese

ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা!

ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। লাহৰিজান আৰক্ষীৰ পৃথক পৃথক দুটা অভিযানত জব্দ বৃহৎ পৰিমাণৰ বৰবিহ। গ্ৰেপ্তাৰ সৰবৰাহকাৰীক।
2 Min read
WhatsApp Image 2025-12-05 at 2.39.54 PM
Assamese

অসম ক্ৰিকেটত নতুন যুগৰ সূচনা, সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম

অসমৰ ক্ৰিকেটত সংযোগ হ’ল আৰু এখন অত্যাধুনিক ষ্টেডিয়াম। ডিমাহাছাওত নতুন ক্ৰিকেট ষ্টেডিয়াম মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১৫ হাজাৰ দৰ্শক বহাৰ ব্যৱস্থা ACAৰ নতুন ষ্টেডিয়ামখনত।
WhatsApp Image 2025-12-05 at 2.19.23 PM
Assamese

কাকো ক্ষমা নকৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই, ল'লে এক্সন মুড!

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক্সন মুডত বিধায়িকা সুমন হৰিপ্ৰিয়া। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে হাজো প্ৰশাসনে আৰম্ভ কৰিছে চাৰিখনকৈ গ্ৰেজিং ৰিৰ্জাভত তদন্ত। বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া।
1 Min read
WhatsApp Image 2025-12-05 at 2.11.58 PM
Assamese

জুবিন গাৰ্গক অন্বেষণ, জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি

হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতক লৈ কৰা হ'ব গৱেষণা। জুবিন গাৰ্গে নিজস্ব সৃষ্টিৰ গীতসমূহ অধ্যয়ন কৰাৰ বিশেষ প্ৰয়াস। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ছাত্ৰৰ যৌথ প্ৰচেষ্টাত জুবিন গাৰ্গৰ সৃষ্টি কৰ্মক লৈ বৌদ্ধিক আন্দোলন।
2 Min read
WhatsApp Image 2025-12-05 at 12.40.08 PM
Assamese

আমাকো ভূমি পট্টা দিব লাগিবঃ গৰ্জন জলহা উপ-জনগোষ্ঠীৰ

চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদানৰ ঘোষণাৰ পিছতেই এইবাৰ সৰৱ হৈছে অন‍্যতম উপ জনগোষ্ঠী জলহা জনগোষ্ঠী। ভূমি পট্টাৰ পৰা বঞ্চিত উপ জনগোষ্ঠী জলহা জনগোষ্ঠীয়ে আৰম্ভ কৰিলে প্ৰতিবাদ।
1 Min read
Advertisment