Assamese জুবিন গাৰ্গক অন্বেষণ, জুবিন গাৰ্গৰ সৃষ্টিক লৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰস্তুতি হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতক লৈ কৰা হ'ব গৱেষণা। জুবিন গাৰ্গে নিজস্ব সৃষ্টিৰ গীতসমূহ অধ্যয়ন কৰাৰ বিশেষ প্ৰয়াস। কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ছাত্ৰৰ যৌথ প্ৰচেষ্টাত জুবিন গাৰ্গৰ সৃষ্টি কৰ্মক লৈ বৌদ্ধিক আন্দোলন।
Assamese আমাকো ভূমি পট্টা দিব লাগিবঃ গৰ্জন জলহা উপ-জনগোষ্ঠীৰ চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদানৰ ঘোষণাৰ পিছতেই এইবাৰ সৰৱ হৈছে অন্যতম উপ জনগোষ্ঠী জলহা জনগোষ্ঠী। ভূমি পট্টাৰ পৰা বঞ্চিত উপ জনগোষ্ঠী জলহা জনগোষ্ঠীয়ে আৰম্ভ কৰিলে প্ৰতিবাদ।
Assamese দয়া নাই... এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ, চামগুৰিৰ ভকত গাঁৱত উচ্ছেদ অব্যাহত মধ্য অসমত আজি বৃহৎ উচ্ছেদ অভিযান। নগাঁৱৰ খাটোৱাল মৌজাত উচ্ছেদ অভিযান। ভকতগাঁৱত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ। ৩৮ বিঘা চৰকাৰী ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ।
Assamese অসম ভাওনা সমাৰোহ-২०২৬ৰ লাইখুঁটা স্থাপন শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ এঘাৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম ভাওনা সমাৰোহ-২०২৬। জুবিন গাৰ্গৰ সোঁৱৰণিত ভাওনা সমাৰোহ থলীৰ প্ৰদৰ্শনী ক্ষেত্ৰ উছৰ্গা কৰাৰ সিদ্ধান্ত।
Assamese কোনে নিলে চৰকাৰী চাউল? ধেমাজিৰ গুদামত অন্তৰ্ধান ২৬,৮০০ বস্তা চাউল হাজাৰ হাজাৰ বস্তাৰ চৰকাৰী বিনামূলীয়া চাউল চুৰি! বিয়াগোম খাদ্য নিগমত বৃহৎ কেলেংকাৰি। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা অন্তৰ্ধ্যান হ'ল ২৬,৮০০ চাউলৰ বেগ।
Assamese ছাত্ৰ আন্দোলনৰ প্ৰভাৱ, সলনি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য! প্ৰতিবাদত উত্তাল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। প্ৰ’–উপাচাৰ্যৰূপে জয়া চক্ৰৱৰ্তীক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰভাৱ। ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব কৰিলে গ্ৰহণ।
Assamese মুছলমানক ধ্বংস কৰিলে ৰকিবুল হুছেইনে 'মুছলমানক ধ্বংস কৰি দিলে সাংসদ ৰকিবুল হুছেইনে'। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে উচ্ছেদিত লোকৰ প্ৰতিবাদ। 'ধুবুৰীত ১০ লাখ ভোটত জিকা ৰকিবুল হুছেইন থাকে চামগুৰিত'। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতৰ প্ৰতিবাদ।
Assamese 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী। চচলত মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতেই ১০৮ মৃত্যুঞ্জয় সেৱাৰ শ শ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি!
Assamese চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তি শিলচৰ চহৰত মৰেল পুলিচিঙৰ ঘটনা। চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তি। খুঁটাত বান্ধি, চুলি কাটি, চূণ সানি নিৰ্মম অত্যাচাৰ। শিলচৰৰ অম্বিকাপট্টিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
Assamese মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ ডিব্ৰুগড় লোহাৰপট্টিত অবৈধ ভাবে নিৰ্মান কৰা এটা অট্টালিকাৰ পঞ্চম মহলাৰ দেৱাল খহি মৃত্যু হৈছিল ছালমা বেগম নামৰ এগৰাকী মহিলাৰ। কৰুণ মৃত্যুক আঁকোৱালি লোৱা মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ।