Assamese কৈৱৰ্ত জনগোষ্ঠীয়ে কৰিলে পৃথক দাবী, এৰিব জনজাতি লাগে বছৰি ১,০০০ কোটি 'আমি জনজাতি এৰি দিম, আমাক বছৰি ১,০০০ কোটিকৈ দিয়ক'। সংৰক্ষণ ব্যৱস্থাৰ পৰা আঁতৰি আহিব অনুসূচিত জাতিৰ কৈৱৰ্ত জনগোষ্ঠীসকল। পৰিৱৰ্তে কৈৱৰ্ত জনগোষ্ঠীক বিশেষ মৰ্যাদা প্ৰদানেৰে বছৰি ১,০০০ কোটি টকাৰ পেকেজ আৱন্টনৰ দাবী সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ।
Assamese সাহিত্যিক নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ 'সদসি ৱৰেণ্যঃ' সন্মান প্ৰতিথযশা সাহিত্যিক ড০ নগেন শইকীয়ালৈ অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান। অসম সাহিত্য সভাই সাহিত্যিকগৰাকীলৈ প্ৰদান কৰিলে 'সদসি ৱৰেণ্যঃ' সন্মান। অঃসাঃসভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ এক অনুষ্ঠানত প্ৰদান কৰে এই সন্মান।
Assamese পঞ্চভূতত বিলীন চিকিৎসক ডাঃ খৰ্গেশ্বৰ লাহনৰ নশ্বৰদেহ লণ্ডনত স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত ডাঃ খৰ্গেশ্বৰ লাহনৰ অন্তিম সৎকাৰ সম্পন্ন। গৃহ ভূমি টিংখাঙত অগণন গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন বিশিষ্ট চিকিৎসকগৰাকীৰ।
Assamese অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ! সলনি হবলৈ গৈ আছে অসমৰ জনগাঁথনি। পৰৱর্তী লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ। ভৱিষ্যতে মিঞা মুছলমানসকল অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব ।
Assamese আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই-মুখ্যমন্ত্ৰী আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই। অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ আমি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ এনেধৰণৰ কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷
Assamese গৌৰৱ গগৈয়ে কিয় নুবুজে মিঠাতেলৰ মূল্য? 'ইংৰাজৰ শাসনৰ তলত যাব বিচাৰিছে এতিয়া কংগ্ৰেছে দল'। গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য,'গৌৰৱ গগৈৰ সন্তানে sun flowerৰ তেল খাই বাবে মিঠাতেলৰ মূল্য বুজি নাপায়'।
Assamese জুবিন যেন আমাৰ দেউতা! ৰাজহুৱা মুণ্ডন কৰি জুবিনলৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ জুবিনৰ তিলনী পাতি ৰাজহুৱা মুণ্ডন অনুৰাগীৰ। সম্পূৰ্ণ মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত আধ্যাত্মিক অনুষ্ঠানত জুবিনলৈ ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি জনালে অনুৰাগীয়ে। অসম | গুৱাহাটী | যোৰহাট | ডিব্ৰুগড় | শীৰ্ষ খবৰ |
Assamese জ্যোতি, ৰাভা, ভূপেনৰ পিছত জুবিন সংগীত... দিয়া হ'ব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁটা' জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁটা'। অনুষ্ঠিত কৰিব 'জুবিন সংগীত' প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ল'লে এই সিদ্ধান্ত। যোৰহাট | গুৱাহাটী | অসম | শীৰ্ষ খবৰ
Assamese জুবিন অমৰ, এটা গান আজি প্ৰাৰ্থনা। সেই গান 'মায়াবিনী ৰাতিৰ বুকুত...' এটা গান হৈ পৰিল প্ৰাৰ্থনা। এটা গান সঁচাকৈ হৈ পৰিল ভগৱানক আৰাধনা কৰা এটা পবিত্ৰ প্ৰাৰ্থনা। 'মায়াবিনী ৰাতিৰ বুকুত...' এতিয়া অসমৰ প্ৰতিটো প্ৰান্তে-প্ৰান্তে। তেজপুৰ | ডিব্ৰুগড় | শীৰ্ষ খবৰ | যোৰহাট | গুৱাহাটী
Assamese সিদ্ধাৰ্থই জুবিন দাক কোনো বাধা দিয়া নাছিলঃ শেখৰ সেই দিনা কি হৈছিল জুবিন গাৰ্গৰ সৈতে? ছিংগাপুৰৰ সমুদ্ৰ তীৰত সংঘটিত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে সংগী শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী শেখৰ গোস্বামীৰ বিস্ফোৰক তথ্য। শীৰ্ষ খবৰ | ডিব্ৰুগড় | শিলচৰ | যোৰহাট | গুৱাহাটী | অসম