Advertisment

'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'- জুবিন ক্ষেত্ৰত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ

'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'। 'শুকুৰবাৰে যিহেতু ঘটনাটো ঘটিছিল সেয়ে মই শুকুৰবাৰে ইয়ালৈ আহো'। সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ গৈ উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ।

'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'। 

'শুকুৰবাৰে যিহেতু ঘটনাটো ঘটিছিল সেয়ে মই শুকুৰবাৰে ইয়ালৈ আহো'।

সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ গৈ উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ।

কান্দি কান্দি গৰিমাই ক'লে জুবিনে দেখা বৰ অসমৰ কথা। 

Advertisment
Advertisment