Advertisment

ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকা প্ৰথমজন বিশ্বনেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰাম একাউণ্টৰ অভিলেখ। ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ লাভ কৰি প্ৰথমজন বিশ্বনেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

 ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকা প্ৰথমজন বিশ্বনেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Photograph: (DY365)
ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকা প্ৰথমজন বিশ্বনেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী Photograph: (DY365)

ডিজিটেল জগতত জনপ্ৰিয়তাৰ শিখৰত


ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ থকা প্ৰথমজন বিশ্বনেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 

Advertisment

ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ লাভ কৰি প্ৰথমজন বিশ্বনেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰাম একাউণ্টৰ অভিলেখ। ইনষ্টাগ্ৰামত ১০ কোটি ফল’ৱাৰ অতিক্ৰম দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

Also Read: জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল বোকাখাত আৰক্ষী থানা

বৃহস্পতিবাৰে তেওঁ ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ লাভ কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হয়। ডিজিটেল জগতত অনন্য বিশ্ব অভিলেখ গঢ়িলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডিজিটেল জগতত তেওঁৰ জনপ্ৰিয়তা শিখৰত আছে।

Advertisment

Also Read: ছাত্ৰী নিবাসৰ বাথৰুমত কোনে লগালে গোপন কেমেৰা?


২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইনষ্টাগ্ৰাম একাউণ্ট খুলিছিল। তেতিয়াৰ পৰাই যোৱা দশকত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। ক্ৰমাগতভাৱে মোদীৰ জনপ্ৰিয়তা বৃদ্ধি হৈ গৈ গৈ বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰ অতিক্ৰম কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পতকৈ বহু বেছি। বৰ্তমান ড’নাল্ড ট্ৰাম্পৰ অনুগামী ৪ কোটি ৩২ লাখ। নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যা তাৰ দুগুণতকৈও অধিক।

Also Read: গোচৰ খাৰিজ তথাপি সকীয়নি...! হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত কি ক'লে সৰ্বোচ্চ ন্যয়ালয়ে?

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামাজিক মাধ্যমৰ প্লেটফৰ্ম এক্সত ১০৬.২ মিলিয়ন ফ’ল’ৱাৰ থকাৰ বিপৰীতে ফেচবুকত তেওঁৰ ৫৪ মিলিয়ন ফ’ল’ৱাৰ আছে । 

Advertisment

Also Read: অসমত কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? যোৰহাটত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য...

Advertisment
Advertisment