Assamese108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদচৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী। চচলত মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতেই ১০৮ মৃত্যুঞ্জয় সেৱাৰ শ শ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি! Jyotiprasad Sarma Dec 04, 2025 18:45 IST108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ Photograph: (DY365)108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদবহু কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি!108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰী প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল। আজি চতুৰ্থ দিনটো মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীয়ে অৰ্ধ উলংগ প্ৰতিবাদেৰে উত্তাল কৰি তোলে পৰিৱেশ। AdvertismentAlso Read: মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী। চচলত মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ। ন্যায্য প্ৰাপ্তিৰ দাবীত অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীয়ে। প্ৰতিবাদৰ মাজতেই ১০৮ মৃত্যুঞ্জয় সেৱাৰ শ শ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি! চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীয়ে হেৰুৱাবলগীয়া হ'ল চাকৰি! ন্যায্য প্ৰাপ্য বিচাৰি চাকৰি হেৰুৱালে 108 মৃত্যুঞ্জয় সেৱাৰ বহু কৰ্মচাৰীয়ে। যাৰ ফলত কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ লাগিছে।Also Read: চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তিপ্ৰতিবাদকাৰীৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ পদক্ষেপৰ পাছতো গুৱাহাটীৰ চচলত অব্যাহত 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদ। ১ ডিচেম্বৰৰ পৰা মহানগৰীৰ চচলত প্ৰতিবাদত বহিছিল মৃত্যুঞ্জয় 108 সেৱাৰ কৰ্মচাৰীয়ে। Also Read: স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী দৰমহা, চাকৰিৰ নিশ্চয়তা বিচাৰি প্ৰতিবাদ কৰি আহিছে কৰ্মচাৰীসকলে। মৃত্যুঞ্জয় 108 এম্বুলেন্স সেৱাৰ প্ৰতিবাদকাৰী কৰ্মচাৰীক চৰকাৰে চাকৰিৰ পৰা অব্যাহতি দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে। উল্লেখ যে, ১ ডিচেম্বৰৰ পৰা ৰাজ্যত প্ৰায় অচল হৈ আছে ১০৮ মৃত্যুঞ্জয় সেৱা। বিভিন্ন দাবীত শ শ কৰ্মচাৰীয়ে গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদ অব্যাহত ৰাখিছিল। কিন্তু তাৰ মাজতে ইয়াৰে শ শ কৰ্মচাৰীক এতিয়া চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে!Also Read: বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ পূৰ্বেই দলৰ পৰা বহিস্কাৰ বিধায়কবছৰ বছৰ ধৰি সেৱা আগবঢ়াই অহা এই সকল 108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ প্ৰতি NHM আৰু GVKয়ে কি সিদ্ধান্ত গ্রহণ কৰে পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয়।AdvertismentAdvertisment Read the Next Article