Advertisment

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান নায়ক নহয়, দেশদ্ৰোহী!

শ্বাহৰুখ খান কোনো নায়ক নহয়। শ্বাহৰুখ খান হৈছে জাতিৰ বিশ্বাসঘাতক, দেশদ্ৰোহী। ভাৰতত থকাৰ অধিকাৰ নাই শ্বাহৰুখ খানৰ। শ্বাহৰুখ খানক দেশৰ গাড্ডাৰ আখ্যা ৰাম ভট্টাচাৰ্যৰ। 

 File Photo
File Photo

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান নায়ক নহয়, দেশদ্ৰোহী! 


শ্বাহৰুখ খান কোনো নায়ক নহয়। শ্বাহৰুখ খান হৈছে জাতিৰ বিশ্বাসঘাতক, দেশদ্ৰোহী। ভাৰতত থকাৰ অধিকাৰ নাই শ্বাহৰুখ খানৰ। শ্বাহৰুখ খানক দেশৰ গাড্ডাৰ আখ্যা ৰাম ভট্টাচাৰ্যৰ। 

Advertisment

Read More- বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ!

চুবুৰীয়া দেশ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলিছে অত্যাচাৰ, নিৰ্যাতন। ইয়াৰ মাজতেই কেইদিনমান পূৰ্বে ডুবাইত অনুষ্ঠিত হৈছিল IPLৰ নিলাম। নিলামত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ মালিকানাধীন KKR দলে ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল বাংলাদেশৰ বেগীবলাৰ মুস্তাফিজুৰ ৰহমানক। 

Read More- হিন্দুসকলে জন্ম দিয়ক দুই-তিনিটাকৈ সন্তান -মুখ্যমন্ত্ৰী

বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ মাজতে KKR দলে ৯.২০ কোটি টকাত বাংলাদেশৰ বেগীবলাৰ মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰাক লৈ শ্বাহৰুখ খানক সমালোচনা কৰিছে ৰামভদ্ৰাচাৰ্যই। ৰামভদ্ৰাচাৰ্যই শ্বাহৰুখ খানক সমালোচনা কৰি কয় যে, এইটো অতি দুৰ্ভাগ্যজনক। 

Read More- প্ৰচণ্ড শীত! ৭ দিনলৈ বন্ধ বিদ্যালয়

বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা আক্রমণক গৰিহণা দি ৰামভ্রাচাৰ্যই কয় যে, ভাৰত চৰকাৰে এনে ঘটনাত আক্রমণাত্মক স্থিতি ল’ব লাগে৷ লগতে ৰামভদ্ৰাচাৰ্যই কয় যে বাংলাদেশৰ জনসাধাৰণ আৰু তেওঁলোকৰ চৰকাৰক বুজাই দিব লাগে যে তেওঁলোকৰ দেশ হিন্দুৰ সহায়ত অস্তিত্বলৈ আহিছিল।

Read More- মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ

শ্বাহৰুখ খানৰ KKR দলে বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰাৰ বাবে সমালোচনা কৰি স্বামী ৰামভদ্ৰাচাৰ্যই কয় যে, এই সিদ্ধান্ত দুৰ্ভাগ্যজনক। লগতে কয়, "শ্বাহৰুখ খান কোনো নায়ক নহয়। তেওঁৰ কোনো চৰিত্ৰ নাই। ইয়াত নতুন একো নাই। তেওঁৰ সকলো কামেই হৈছে বিশ্বাসঘাতকৰ। তেওঁৰ সকলো কাম সদায় জাতিবিৰোধী।".

Read More- ২৪ নহয় ২৫ ঘন্টাত হ'ব এটা দিন! বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী

আনহাতে বিজেপি নেতা সংগীত ছমেও শ্বাহৰুখ খানক সমালোচনা কৰিছে। তেও কয় যে, বাংলাদেশত হিন্দুসকলক বাছি বাছি হত্যা কৰা হৈছে। এনে পৰিস্থিতিত বাংলাদেশৰ পৰা খেলুৱৈ ক্ৰয় কৰাটো দেশৰ প্ৰতি বিশ্বাসঘাতকতা। শ্বাহৰুখ খানৰ দৰে মানুহ দেশদ্ৰোহী। শ্বাহৰুখ খানে কেতিয়াবা পাকিস্তান আৰু কেতিয়াবা বাংলাদেশক সমৰ্থন কৰে। হিন্দুক অত্যাচাৰ কৰা যিকোনো দেশকে সমৰ্থন কৰে শ্বাহৰুখ খানে। অৱশ্যে এই বিশ্বাসঘাতকসকলে নাজানে যে ভাৰতৰ জনসাধাৰণেহে তেওলোকক ছুপাৰষ্টাৰ বনাইছে।

Advertisment
Advertisment