Advertisment

কি কি সামগ্ৰীৰ দাম কমিব?

আজি সদনত দাখিল কৰিলে ২০২৬-২৭ বৰ্ষৰ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰে এই বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত কি কি সামগ্ৰীৰ দাম কমিব?

 কি কি সামগ্ৰীৰ দাম কমিব? Photograph: (DY365)
কি কি সামগ্ৰীৰ দাম কমিব? Photograph: (DY365)

কি কি সামগ্ৰীৰ দাম কমিব?


কি কি সামগ্ৰীৰ দাম বাঢ়িব?

আজি সদনত দাখিল কৰিলে ২০২৬-২৭ বৰ্ষৰ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰে এই বাজেট। উল্লেখ্য যে, ইতিহাসত দ্বিতীয়বাৰৰ বাবে দেওবাৰৰ দিনটোত দাখিল কৰা হ'ল কেন্দ্ৰীয় বাজেট। দিনৰ ১১বজাত বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে দাখিল কৰিলে বাজেট। 

Advertisment

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত কি কি সামগ্ৰীৰ দাম কমিব?

দাম কৰিব...
মাইক্ৰ’ৱেভ অভেনৰ কমিব দাম
বায়’ফুৱেল মিহলি CNGৰ দামো হ্ৰাস পাব
বেটাৰী নিৰ্মাণত সীমা শুল্ক ৰেহাই
জোতা, চামৰাৰো কমিব দাম
দাম কমিব ইলেকট্ৰ’নিক বাহন, এয়াৰক্ৰাফটৰ
মধুমেহ ৰোগৰ ঔষধৰ দাম হ্ৰাস
কেন্সাৰৰ ১৭ বিধ দৰৱৰ শুল্ক ৰেহাই ঘোষণা
অন্যান্য দুৰাৰোগ্য ৰোগৰ ৭ বিধ ঔষধতো কমিব দাম
কমিব সামুদ্ৰিক পণ্যৰ দাম
সৌৰশক্তি সম্বন্ধিত সামগ্ৰীৰ কমিব দাম
কাপোৰ, বিড়িৰ দামো হ’ব হ্ৰাস
বৈদ্যুতিক বাহনৰ কমিব দাম 
স্বাস্থ্য শিক্ষাত ৫ৰ পৰা ২%লৈ TDS হ্ৰাস
২০৪৭লৈকে ডাটা চেণ্টাৰ কোম্পানীক কৰ ৰেহাই প্ৰস্তাৱ
সীমা শুল্কক অধিক সৰল কৰাৰ লক্ষ্য

Also Read: কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰীৰ


কি কি সামগ্ৰীৰ দাম বাঢ়িব?
দাম বৃদ্ধি হ’ব খনিজ সামগ্ৰী
আমদানিকৃত সুৰাৰ মূল্য বৃদ্ধি পাব
দাম বৃদ্ধি হ’ব স্ক্ৰেপ সামগ্ৰীৰো

Also Read: সদনত দাখিল ২০২৬-২৭ বৰ্ষৰ বাজেট


১ এপ্ৰিলৰ পৰা আয়কৰৰ নতুন নিয়ম
ITR 1, ITR 2 দাখিলৰ সময় ৩১ জুলাইলৈ ধাৰ্য
পূৰ্বে আছিল ৩১ ডিচেম্বৰলৈ সময়সীমা
ব্যৱসায়িক ক্ষেত্ৰ-ট্ৰাষ্টৰ বাবে আয়কৰ ৰিটাৰ্ন দাখিলৰ সময় ৩১ আগষ্ট
আৰু অধিক সৰলীকৰণ কৰা হ’ব আয়কৰৰ পৰিকাঠামো
সৰু-সুৰা আয়কৰ ফাঁকিত কেৱল মাত্ৰ জৰিমনা
১০ শতাংশ অতিৰিক্ত জৰিমনা হ’ব কৰফাঁকিত
আয়কৰ ৰেহাইত নাই কোনো নতুন ঘোষণা

Advertisment
Advertisment