Assameseমিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ'SRৰ জৰিয়তে মিঞাই হাৰাশাস্তি পাই থাকিব। মিঞা দেখিলে উৎপাত কৰিমেই। মই জীয়াই থকালৈকে মিঞাক দিগদাৰি কৰি যাম। মিঞাক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব'। মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। Jyotiprasad Sarma Jan 24, 2026 17:34 ISTমিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ Photograph: (DY365)মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ'SRৰ জৰিয়তে মিঞাই হাৰাশাস্তি পাই থাকিব। মিঞা দেখিলে উৎপাত কৰিমেই। মই জীয়াই থকালৈকে মিঞাক দিগদাৰি কৰি যাম। মিঞাক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব'। মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। Advertismentশনিবাৰে নলবাৰীত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ মিঞাপ্ৰীতিৰ অভিযোগ আনি পুনৰ বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ আহিলেই মিঞাৰ উৎপাত বাঢ়িব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে কংগ্ৰেছ নেতৃত্বক। Also Read: জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰমিঞা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- 'মিঞা দেখিলে উৎপাত কৰিমেই''মোৰ শাসনত মিঞাই কষ্ট পাবই, চিধা কথা'‘মিঞাক মই হাৰাশাস্তি কৰিমেই’‘মই জীয়াই থকালৈকে মিঞাক দিগদাৰি কৰি যাম’‘মিঞাক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব’‘মিঞা দেখিলেই উৎপাত কৰিমেই’এনেদৰে মিঞাক লৈ গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা'মিঞা বিলাকক মই দিগদাৰি কৰিয়ে আছো''ইয়াত একো লুক-ঢাক কৰিব লগা নাই'SRত কোনজন হিন্দু মানুহৰ ঘৰত, কোনজন খিলঞ্জীয়া মুছলমানৰ ওচৰত নটিছ আহিছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে'মিঞা বিলাকক নটিছ চটিছ দি অলপ দিগদাৰি কৰিব লাগিব''SRৰ নামত জাননী গৈছে, অফিচে অফিচে ঘূৰিছে, অলপ দিগদাৰি দি আছো নে নাই'। এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰে। Also Read: চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি!গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ দলীয় টিকট বিচৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজীৱ ভৱনত টিকট বিচৰা ৭৫০গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত ৬০০গৰাকীয়ে মিঞা। মিঞাৰ উদ্দেশ্য হ'ল কিদৰে বিজেপিক হৰুৱাব পাৰো। টিকট বিচৰাৰ দিনাই গুৱাহাটীত কিমান মিঞা সোমাইছে সকলোৱে দেখিছে। কিবা কাৰণত যদি কংগ্ৰেছ ইলেকচনত জয়ী হয় তেতিয়া গুৱাহাটীত কিমান মিঞা সোমাব আপুনি কল্পনা কৰক বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। AdvertismentAdvertisment Read the Next Article