Assamese ভয়ংকৰ! নিষ্ঠুৰ পিতৃ-মাতৃয়ে হত্যা কৰি জ্বলাই দিলে সন্তানক সন্তানক মৰিয়াই হত্যা কৰি জ্বলাই দিলে পিতৃ–মাতৃয়ে। নলবাৰীৰ ডিপ্তা গাঁৱত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। ডিপ্তা গাঁৱৰ আয়াম আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। নিষ্ঠুৰ পিতৃ-মাতৃৰ অমানৱীয় কাৰ্যক লৈ চৌদিশে চাঞ্চল্য।
Assamese নিজক উদঙাই সকলো খিনি দিছিল জুবিনে-গৰিমা নিজক উদঙাই সকলো খিনি দিছিল জুবিনে। তাৰ পাছতো জুবিনৰ দৰে মানুহক হত্যা কৰিব লগীয়া কি কথা থাকিব পাৰে? জুবিন গাৰ্গ হত্যাকাণ্ডত জড়িত দোষীয়ে শাস্তি পাবই লাগিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল হাৰ্টথ্ৰ'ৱৰ পত্নী।
Assamese হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য? সংকটৰ গৰাহত পৰা মহানগৰীৰ কাষৰীয়া মনোৰম দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য এতিয়া আৰু নাথাকিব! দীপৰ বিলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ। এলিভেটেড কৰিডৰ নিৰ্মাণৰ নামত সৌন্দৰ্য বৰ্ধনকাৰী গছবোৰ এফালৰ পৰা কাটি পেলোৱাৰ আছে সম্ভাৱনা।
Assamese পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায় পাকিস্তানত প্ৰথমবাৰৰ বাবে পাঠদান কৰোৱা হ'ব সংস্কৃত। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল মহাভাৰত আৰু গীতাৰ অধ্যায়। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে সংস্কৃত শিক্ষা দিয়া হ'ব পাকিস্তানত।
Assamese গৌৰৱৰ ক্ষণ... কেয়া সাহাই নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে চাপৰৰ কেয়া সাহাই। INTERNATIONAL BOOK OF RECORDSত নাম সন্নিৱিষ্ট হ'ল প্ৰতিভাশালী যুৱতীগৰাকীৰ। কৰিলে এই কাম।
Assamese 'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আজি দাখিল কৰা হ’ল জুবিন গাৰ্গৰ সৈতে হোৱা ঘটনাৰ চাৰ্জশ্বীট। এতিয়া আদালতে শুনানি গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি দিব। চাৰ্জশ্বীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
Assamese কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা জুবিন গাৰ্গ ঘটনাৰ SITৰ চাৰ্জশ্বীটত কেতবোৰ চাঞ্চল্যকৰ, বিস্ফোৰক তথ্য। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা। হত্যাৰ গোচৰত প্ৰয়োগ হয় এই ধাৰা। লগতে আৰু কি কি আছে SITৰ চাৰ্জশ্বীটত?
Assamese চাৰ্জশ্বীট দাখিল, ৰহস্য জানিবলৈ অপেক্ষাৰত অসমীয়া ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? বিগত প্ৰায় ৩টা মাহেই প্ৰতিজন অসমীয়াৰ মনত এটায়েই প্ৰশ্ন- কিয় আমি প্ৰাণৰ শিল্পীক হেৰুৱাবলগীয়া হ'ল? আজি দাখিল হ'ল জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট।
Assamese পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা তেজপুৰৰ মহিলাৰ পাকিস্তান লিংক! পাকিস্তান লিংকৰ অভিযোগত গ্ৰেপ্তাৰ তেজপুৰ বৰঝাৰ গাঁওৰ শইকীয়া চুবুৰীৰ জ্যোতিকা কলিতা। উল্লেখ্য যে পাকিস্তানী নাগৰিকৰে বিগত ২৫ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল জ্যোতিকা। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য।
Assamese কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ? আজি ফাদিল হ'ব সকলো! প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰায় ৩টা মাহ।। কিছুসময়ৰ পাছতে আজি SIT-এ দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ছিংগাপুৰত কেনেকৈ মৃত্যু হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ, চাৰ্জশ্বীটত ফাদিল হ'ব সকলো ৰহস্য।