Advertisment

Assamese

1
Assamese

জয়ৰ হেট্ৰিকেৰে বৰ্ষাপাৰাত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

গুৱাহাটীত আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০। বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া খেলখনত শৃংখলা জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া। আনহাতে পৰাজয়ৰ হেট্ৰিকৰ পৰা বাচিবলৈ কিৱি বাহিনীৰ সম্মুখত আজি মৰণপন যুঁজ।
1 Min read
THUMB
Assamese

পিষ্টলসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত নগাঁৱৰ ৰূপহীহাটত পিষ্টলসহ এটা ডকাইতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। .32 পিষ্টল, ৩জাঁই সক্ৰিয় গুলী আৰু এটা মেগজিন উদ্ধাৰ কৰে আৰক্ষীয়ে। 
1 Min read
THUMB
Assamese

এটি কলি দুটি পাত...

অৰুণোদয়, মহিলা উদ্যমিতা আঁচনিৰ পাছত এইবাৰ ৰাজ্যত শুভাৰম্ভ 'এটি কলি দুটি পাত' আঁচনিৰ। চাহনগৰী ডুমডুমাত 'এটি কলি দুটি পাত' আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 
1 Min read
THUMB
Assamese

কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা?

দেশজুৰি ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। গুৱাহাটীৰ খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
2 Min read
THUMB
Assamese

গুৱাহাটীত নহয় উচ্ছেদ

গুৱাহাটীৰ পাহাৰত উচ্ছেদ নহয়। উচ্ছেদ হ'লেও কেৱল মিঞাৰহে হ'ব, অসমীয়াৰ নহয়। পাহাৰত থকা মিঞালৈহে যাব উচ্ছেদৰ জাননী। গুৱাহাটীত উচ্ছেদ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। 
1 Min read
THUMB
Assamese

কাইলৈ বৰ্ষাপাৰাত হাইভল্টেজ T20 মেচ

কাইলৈ বৰ্ষাপাৰাত ভাৰত বনাম নিউজীলেণ্ডৰ তৃতীয়খন T20 মেচ। T 20 শৃংখলাৰ তৃতীয় মেচৰ বাবে গুৱাহাটীত উপস্থিত দুয়োটা দল। পাঁচখনীয়া শৃংখলাত ইতিমধ্যে ২-০ ব্যৱধানত অগ্ৰগতি সূৰ্য বাহিনীৰ। 
2 Min read
THUMB
Assamese

মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

'SRৰ জৰিয়তে মিঞাই হাৰাশাস্তি পাই থাকিব। মিঞা দেখিলে উৎপাত কৰিমেই। মই জীয়াই থকালৈকে মিঞাক দিগদাৰি কৰি যাম। মিঞাক অশান্তি নকৰিলে এদিন অসমীয়াৰ মূৰৰ ওপৰত উঠিব'। মিঞাক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 
2 Min read
THUMB
Assamese

জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ

জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰযোগে আহ্বান জনালে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ। 
1 Min read
THUMB
Assamese

দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলা

দিল্লীত গ্ৰেপ্তাৰ হ’ল অসমৰ এগৰাকী মহিলা। গণৰাজ্য দিৱসৰ তালাচীৰ মাজতে দিল্লী আৰক্ষীৰ জালত পৰিল ড০ আছমা বেগম নামৰ মহিলাগৰাকী। বাহনত ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল আছমা বেগমে। 
1 Min read
THUMB
Assamese

চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি!

এফালে গুণোত্সৱ পাতি চৰকাৰী শিক্ষাৰ উত্তৰণৰ চেষ্টা। আনফালে চৰকাৰী শিক্ষা খণ্ডৰ শ্মশান যাত্ৰাৰ বাস্তৱ ছবি! তামুলপুৰৰ গোৰেশ্বৰৰ বগৰীবাৰীত চৰকাৰী বিদ্যালয়ৰ চৰম দুৰ্গতি। জৰাজীৰ্ণ গৃহতে ছাত্ৰ-ছাত্ৰীক পাঠদান দিছে শিক্ষাগুৰুৱে।
2 Min read
Advertisment