Advertisment

Assamese

1
Assamese

ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’‍ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ

অসমত কোনো কাৰণতে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব মিঞা মুছলমানে। কাৰণ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব লাখ লাখ মিঞা মুছলমানৰ নাম। মুখ্যমন্ত্ৰীৰ হিচাপ মতে অসমত ৪-৫ লাখ মিঞাই দিব নোৱাৰিব ভোট।
1
Assamese

ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেট

অৱশেষত হাইঠা মাটিত পৰিল। ICCৰ ধমকৰ পাছতেই সুৰ সলনি হ'ল পাকিস্তানৰ। বিশ্বকাপ বৰ্জনৰ হুংকাৰ দিয়া পাকিস্তানে এতিয়া ঘোষণা কৰিলে বিশ্বকাপৰ বাবে পাকিস্তান দল। কিন্তু পাকিস্তানক বিশ্বাস কৰি ডুবিল বাংলাদেশ ক্ৰিকেট।
2 Min read
1
Assamese

প্ৰাইভেট স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা, HSLC আৰু HS পৰীক্ষাৰ পূৰ্বে আহিল নতুন নিয়ম

HSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ ডাঙৰ খবৰ। কাৰণ পৰীক্ষাৰ বাবে অনা হৈছে কেইবাটাও নতুন নিয়ম। এইবাৰ সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকেই পৰিচালনা কৰিব HSLC আৰু HS পৰীক্ষা। স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেই লোৱা হৈছে এই বিশেষ সিদ্ধান্ত।
2 Min read
1
Assamese

বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC!

টি-২০ বিশ্বকাপক লৈ বিতৰ্ক অব্যাহত আছে। প্ৰথমে  টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ ক্ৰিকেট দলক বাদ দিয়া আৰু এতিয়া ১০০ৰো অধিক বাংলাদেশী সাংবাদিকৰ স্বীকৃতিৰ আৱেদন নাকচ কৰি iccএ পুনৰ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।
1 Min read
THUMB
Assamese

শিশুৰ চৰকাৰী খাদ্য দোকানত বিক্ৰী অংগনৱাড়ী কৰ্মীৰ!

দোকানত দ'মে দ'মে উদ্ধাৰ হ'ল শিশুৰ বাবে আৱণ্টিত বিস্কুট। অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনৰ বিৰুদ্ধে শিশুৰ চৰকাৰী খাদ্য বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ। দোকানৰ পৰা শিশুৰ বাবে আৱণ্টিত বিস্কুট জব্দ কৰিলে ৰাইজে। 
1 Min read
1
Assamese

SRৰ নামত ভয়ংকৰ কাণ্ড! মণ্ডল বিজেপিৰ সভাপতিৰ বিৰুদ্ধে ক্ষোভ

SRক লৈ পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ। SR প্ৰক্ৰিয়াৰ জৰিয়তে এইবাৰ জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ। কঁচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে গাঁৱখনৰ ১৪২ বাসিন্দাৰ নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ। ঘটনাক লৈ মান্দাৰপাৰা গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। 
1 Min read
THUMB
Assamese

পৰিভ্ৰমী চৰাই নিধন

মাজুলীত পৰিভ্ৰমী চৰাই নিধনৰ সন্দেহত মহিলাসহ ১৭গৰাকীক আটক কৰে আৰক্ষীয়ে। মাজুলীৰ বিভিন্ন জলাশয়ত মাৰাত্মক ফুৰাদনৰ দৰে বিহ প্ৰয়োগ কৰি পক্ষী নিধন কৰাসকলক ধৰিলে বনগাঁও আৰক্ষীয়ে।
2 Min read
THUMB
Assamese

আজি বাথৌ পূজা

আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়ো আৰু কছাৰীসকলৰ পবিত্ৰ উৎসৱ হৈছে এই বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক ধৰ্মীয় আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়।
2 Min read
THUMB
Assamese

ড্ৰাগছ সৰবৰাহত চৰকাৰী কৰ্মচাৰী

ৰাজ্যত অব্যাহত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা! এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে চৰকাৰী কৰ্মচাৰী। ড্ৰাগছ সৰবৰাহৰ অপৰাধত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। 
1 Min read
1
Assamese

প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰী

লুৰীণজ্যোতি গগৈৰ আঞ্চলিকতাবাদ হৈছে মিঞাৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত বেদখলকাৰীক উচ্ছেদ কৰিলেও লুৰীণজ্যোতি গগৈৰ দৰে নেতাই কান্দে। লুৰীণজ্যোতিয়ে মনত ৰখা উচিত যে ৮৫৫ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল।
2 Min read
Advertisment