Assamese পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৪ ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৩০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰে।
Assamese গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্সৱত উজলিল DY365 সামৰণি পৰিল গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোৎসৱ। গুৱাহাটী প্ৰেছ ক্লাৱৰ ক্ৰীড়া মহোত্সৱত উজলিল DY365। কেইবাটাও ইভেণ্টত জয়লাভ কৰি DY365ৰ খেলুৱৈয়ে লাভ কৰিলে ৩টাকৈ সোণৰ পদক, ৰূপৰ পদক, কেইবাটাও ব্ৰঞ্জৰ পদক।
Assamese মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ দৰঙৰ মঙলদৈত কেইবাটাও মন্দিৰত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। কেইবাটাও মন্দিৰৰ মূৰ্তিৰ ক্ষতিসাধন কৰে দুষ্কৃতিকাৰীয়ে। চেৰেং, গেৰীমাৰী, মোৱামাৰীৰ কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি তচনচ কৰে।
Assamese উখল-মাখল জোনবিলৰ পাৰ উখল-মাখল এতিয়া জোনবিলৰ পাৰ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। এই জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন।
Assamese প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ জামিন আবেদনৰ শুনানি সম্পন্ন। কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত জামিন আবেদনৰ শুনানি। অভিযুক্ত শ্যামকানু মহন্ত, সন্দীপন গাৰ্গে প্ৰত্যাহাৰ কৰিলে জামিন আৱেদন।
Assamese মূকাভিনয়ত পাৰদৰ্শিতা, ৰুজীলৈ 'Young Talent Artist' বঁটা মূকাভিনয়ৰ জগতত পাৰদৰ্শিতাৰ বাবে গুৱাহাটীৰ ৰুজী মুদৈলৈ NEZCCৰ ২০২৫-২৬ বৰ্ষৰ 'Young Talent Artist' বঁটা। 'শিল্পগ্ৰাম মহোৎসৱ ২০২৬'ত মণিপুৰ আৰু নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাদেৱে ৰুজীক প্ৰদান কৰে 'Young Talent Artist' বঁটা।
Assamese শীঘ্ৰেই কৰক আৱেদন, ৰাজ্যত পুনৰ ওলাইছে চৰকাৰী চাকৰি হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আশাৰ খবৰ। পুনৰ হাজাৰ হাজাৰ খালী পদত আৱেদনৰ সুযোগ। অসম আৰক্ষীত চাকৰি কৰাৰ সপোন হ’ব পূৰণ। ২ হাজাৰতকৈও অধিক খালী পদত কৰিব পাৰিব আৱেদন।
Assamese 'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বিশেষ সম্প্ৰদায়ৰ নাম। অদৃশ্য লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে প্ৰকৃত ভোটাৰৰ নাম। প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা প্ৰায় ৭০/৮০ জনকৈ ভোটাৰৰ নাম কৰ্তন কৰা বুলি কংগ্ৰেছ কৰ্মীৰ অভিযোগ।
Assamese অশান্ত কোকৰাঝাৰ! পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ ফ্লেগ মাৰ্চ কোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চ। উত্তপ্ত পৰিস্থিতিৰ পিছতে সেনাৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ কেইবাটাও বেটেলিয়ন কেম্প মোতায়েন কৰা হৈছে কোকৰাঝাৰত।
Assamese বিশ্বকাপৰ প্ৰস্তুতি! আজি নাগপুৰত সমুখসমৰত ভাৰত-নিউজিলেণ্ড আজি নাগপুৰত ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০। এদিনীয়া শৃংখলাত হোৱা পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে আজি ২২ গঁজৰ ষুঁজত নামিব সূৰ্ষকুমাৰ যাদৱ বাহিনী। আনহাতে টি-২০ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলৰ বাবেই এইটো হৈছে অন্তিম শৃংখলা।