Assamese 'স্পা'ত চলি আছিল অনৈতিক কাৰ্য, তাৰ মাজতে চলিল আৰক্ষীৰ অভিযান... মহানগৰীৰ বিভিন্ন স্পাত দীৰ্ঘদিনৰ পৰা চলিছে আহিছে নাৰী দেহৰ ব্যৱসায়। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল মহানগৰীৰ এই স্পা সমূহত যৌন কাৰ্যত লিপ্ত থাকে ছাত্ৰ-ছাত্ৰীও। নাৰী দেহৰ এই ব্যৱসায়ত ঘন্টাত ২-৩ হাজাৰত বিক্ৰী হয় একোজনী যুৱতীৰ শৰীৰ।
Assamese BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ। BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ। হাগ্ৰামাৰ হেলিকপ্টাৰত তেল ভৰাবলৈ ধন নাই যদিও প্ৰমোদে হাগ্ৰামাৰ সম্পত্তিৰ তালিকাক লৈ পুনৰ প্ৰশ্ন তুলিছে।
Assamese কাইলৈ হ'ব বিৰল চন্দ্ৰগ্ৰহণ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য। কাইলৈ অতিশয় ৰঙা হৈ পৰিব আমি দেখা চন্দ্ৰটো। নিশা পৃথিৱীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজত কৰিব অৱস্থান। নিশা ৯:৫৭ মিনিটৰ পৰা মাজনিশা ১:২৭ মিনিট লৈ চলিব এই বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ।
Assamese মানুহ আৰু বুঢ়া নহ'ব! মৃত্যুৰ আগমূহূৰ্তলৈকে ডেকা হৈ থকাটো সম্ভৱ নে? কেৱল জীৱই পৃথিৱীত জন্ম ল'লেই যে মৃত্যু হয় এনে নহয়, প্ৰকৃতিৰো এদিন মৃত্যু হয়। কিন্তু আপোনাৰ মন নাযায় নে... যে আপুনি বুঢ়া নহ'ব, আপুনি চিৰদিন-চিৰকাল যৌৱনপ্ৰাপ্ত হৈ থাকিব?
Assamese ইথানলযুক্ত তেল, নিৰ্ভৰশীলতা আৰু ইয়াৰ ভবিষ্যৎ ভাৰত চৰকাৰে উন্নয়নৰ বাবে আমদানীকৃত তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু কাৰ্বন নিগমন কমোৱাৰ বাবে ইথানল মিশ্ৰণক সক্ৰিয় ভাবে প্ৰচাৰ কৰিছে। পেট্ৰ'লৰ নামত কি ভৰাইছে আপুনি জানেনে ? আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত ইথানেলযুক্ত পেট্ৰ’লে বাহনৰ ক্ষতি কৰিব নেকি?
Assamese ৰহস্যৰ ভেদ কৰি ওলাইছে পম্পী বৰুৱাৰ মৃত্যুৰ ন-ন তথ্য। ড্ৰাগছৰ অভাৰড'জৰ ফলত মৃত্যু হোৱা পম্পী বৰুৱাৰ মৃত্যুৰ কাহিনীয়ে পোহৰলৈ আনিছে মহানগৰীত ড্ৰাগছৰ এক কলা অধ্যায়। ৰহস্যৰ ভেদ কৰি ওলাইছে পম্পী বৰুৱাৰ ন-ন তথ্য।
Assamese ভাৰতত কেন্সাৰত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? কি কয় গৱেষণাই? ভাৰতত কৰ্কট ৰোগত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? মূলত কেন্সাৰত আক্ৰান্ত হোৱা মানে দুখীয়া-দৰিদ্ৰ লোকৰ বাবে ৰোগীক পুনৰোজ্জীৱিত কৰি তোলাতো অসম্ভৱ হৈ পৰে।
Assamese ভাগ্য আছিল কোটিপতি হোৱাৰ। নিশাটোৰ ভিতৰতে ৩৫ কোটি টকাৰ গৰাকী উত্তৰপ্ৰদেশৰ যুৱক। কোম্পানীত কৰ্মৰত এজন যুৱকেও দেখিছিল ধনী হোৱাৰ সপোন। উত্তৰ প্ৰদেশৰ যুৱক সন্দীপ কুমাৰ প্ৰসাদে সংযুক্ত আৰব আমিৰশ্বাহীত কাম কৰে। লটাৰীত সন্দীপে লাভ কৰিলে ৩৫ কোটি টকা।