Assameseজুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'বঃ খগেন গগৈজুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি এমাহ হ'ল। আজিও জুবিন গাৰ্গক পাহৰিব পৰা নাই কোটি কোটি অনুৰাগীয়ে। জুবিন গাৰ্গক স্মৰণ কৰি শিল্পী খগেন গগৈয়ে ক'লে- 'জুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব'। Naba Gogoi Oct 19, 2025 13:18 ISTজুবিন গাৰ্গৰ মৃত্যুত মঞ্চতে দুখ প্ৰকাশ জ্যেষ্ঠ শিল্পী খগেন গগৈৰ। 'আমি ধৈৰ্য ধৰিব লাগিব। ইমান ধৈৰ্য ধৰাৰ পিছতো যদি আমি জুবিনক ন্যায় দিব নোৱাৰো তেন্তে মহাভাৰতৰ যুদ্ধ হ'ব। আজি আমি জুবিন গাৰ্গৰ সৈতে গান গাব লাগিছিল, কিন্তু আজি আমি জুবিনৰ শ্ৰাৰ্দ্ধ পাতি আছো তাতকৈ দুখৰ কথা কি হ'ব পাৰে'। AdvertismentALSO READ: প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গজুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি এমাহ হ'ল। আজিও জুবিন গাৰ্গক পাহৰিব পৰা নাই কোটি কোটি অনুৰাগীয়ে। জুবিন নোহোৱা সম্পূৰ্ণ এমাহৰ পিছত দীঘলীপুখুৰীত শিল্পী সমাজৰ সংগীতানুষ্ঠান। যদিও এয়া দুখৰ সময় তথাপি শোকাহত শিল্পীয়ে গালে গান। স্মৰণ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। দীঘলীপুখুৰীৰ মঞ্চতে দুখ প্ৰকাশ কৰি শিল্পী খগেন গগৈয়ে ক'লে- 'জুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব'। ALSO READ: 'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'- জুবিন ক্ষেত্ৰত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গAdvertismentAdvertisment Read the Next Article