"'জনতাৰ সহানুভূতি ল'বলৈ শ্যামকানুক হেণ্ডকাফ লগাইছিল নেকি?' 'শ্যামকানু মহন্তৰ মুখখন ঢাকি আনিব লাগিছিল'। 'আইনৰ মতে মানুহ এজনক হেণ্ডকাফ লগাবই নোৱাৰে'। 'নিৰাপত্তাৰ প্ৰতি ভাবুকি থাকিলেহে হেণ্ডকাফ লগাব পাৰে'। জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তৰ হাতত হেণ্ডকাফ লগোৱাকলৈ এই মন্তব্য জ্যেষ্ঠ অধিবক্তা এ কে ভূঞাৰ। Advertisment INSTAGRAM LINK- https://www.instagram.com/reel/DPTiKApkyeV/?utm_source=ig_web_copy_link&igsh=MzRlODBiNWFlZA== "