Advertisment

BTR Elections

WhatsApp Image 2025-11-13 at 6.00.22 PM
Assamese

বিজেপিৰে সংঘাত UPPLৰ! '২৬ত প্ৰমোদৰ UPPL-এ বিজেপিৰ বিৰুদ্ধে খেলিব নিৰ্বাচন...

একালৰ মিত্ৰদলৰে সংঘাত। উমি উমি জ্বলিছে ক্ষোভৰ জুই। বিজেপিক প্ৰত্যাহ্বান জনাব এইবাৰ UPPL-এ! ’২৬ৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব UPPL, BTCৰ লগতে অসমৰ বিভিন্ন স্থানত প্ৰাৰ্থিত্ব দিব UPPL-এ।
hagrama mahilari
Assamese

বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত?

BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
1 Min read
thumb
Assamese

BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ

BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ বডোফা নগৰত হাগ্ৰামাৰ শপতগ্ৰহণলৈ প্ৰতিকুল বতৰকো নেওচি আহিল হাজাৰ হাজাৰ লোক।  
2 Min read
BTC
অসম

৩ অক্টোবৰত বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ শপতগ্ৰহণ অনুষ্ঠান

বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)ৰ নেতা হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে যে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ (BTC) শপত গ্ৰহণ অনুষ্ঠান ৩ অক্টোবৰত অনুষ্ঠিত হ’ব।
1 Min read
BPF
Assamese

BTCৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে BPFএ।

মুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন লাভ কৰি একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিলে হাগ্ৰামা মহিলাৰীৰ দল বিপিএফে। BTC নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খালে BJP-UPPLএ।
1 Min read
BTR Election
Live
Assamese

কাৰ হাতলৈ যাব BTR? চলি আছে ভাগ্য নিৰ্ণয় কৰা ভোটগণনা

আজি পুৱাৰে পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ভোটগণনা। বিজয়ধ্বজা উৰুৱাবলৈ সাজু হৈ আছে প্ৰতিটো দল। ৫ খনকৈ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা।
1 Min read
বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ৫ জিলাৰ ৪০ পৰিষদীয় সমষ্টিৰ ভোটগণনা
Assamese

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ আজি ভোটগণনা। বিটিচিত কোনে উৰুৱাব বিজয়ধ্বজা ?

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ৫ জিলাৰ ৪০ পৰিষদীয় সমষ্টিৰ ভোটগণনা। ৩১৬ প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰিছিল ভোটাৰে। এইবাৰ বিটিচি নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.৪২%।
2 Min read
Advertisment