Advertisment

SIT

Zubeen Garag
Assamese

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ

‘২২টা দিন পাৰ হ’ল, কি হৈছিল আমি একোৱেই নাজানো’। 'জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক'। '#JusticeForZubeenGarg লিখি ন্যায়ৰ দাবী তোলক সকলোৱে'।
1 Min read
Garima Garag
Assamese

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ SITৰ দল উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত।
2 Min read
zubeen
Assamese

ভয়ংকৰ ষড়যন্ত্ৰ! বিহ দি জুবিনক হত্যাঃ শেখৰৰ বিস্ফোৰণ

কাৰ কি অপকাৰ কৰিছিল জুবিন গাৰ্গে? CIDৰ জিম্মাত থকা শেখৰৰ বিস্ফোৰণ - ‘সিদ্ধাৰ্থ, শ্যামকানু মহন্তই বিদেশী সুৰাৰ লগত দিছিল বিহ’। ৰিমাণ্ড নোটত শেখৰৰ ইটোৰ পিছত সিটো বিস্ফোৰণ।
3 Min read
Shyamkanu Mahanta
Assamese

শ্যামকানু মহন্তৰ হৈ উকালতি কৰা কোন এই অধিবক্তা ৰাজ কমল?

জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে লেখ আৱেদন। এই লেখ আৱেদন দাখিল কৰাত শ্যামকানু মহন্তক সহায় কৰিলে উচ্চতম ন্যায়ালয়ৰ এগৰাকী পৰিচিত অধিবক্তা ৰাজ কমলে। Assam | Guwahati |
2 Min read
SHYAMKANU
Assamese

হেণ্ডকাফ লগাই নহয়, মুখ ঢাকি আনিব লাগিছিল শ্যামকানুকঃ জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা

'শ্যামকানু মহন্তৰ মুখখন ঢাকি আনিব লাগিছিল'। 'নিৰাপত্তাৰ প্ৰতি ভাবুকি নাথাকিলে আইনৰ মতে মানুহ এজনক হেণ্ডকাফ লগাবই নোৱাৰে'। -জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা। Assam | Guwahati |
1 Min read
THUMB
Assamese

জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দিল্লীত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজস্থানত গ্ৰেপ্তাৰ হয় সিদ্ধাৰ্থ শৰ্মা।
2 Min read
Advertisment