Advertisment

কোনে জ্বলালে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি?

অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্তৰ অগ্নিসংযোগ। ব্ৰহ্মপুত্ৰৰ চাপৰিত নতুনকৈ গঢ়া মোলাই কাঠনি 2.Oত অগ্নিসংযোগ কৰে কোনো দুৰ্বৃত্তই। জ্বলি ছাই হ’ল চাপৰিটোত নতুনকৈ ৰোপণ কৰা শ শ গছপুলি।

 কোনে জ্বলালে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি? Photograph: (DY365)
কোনে জ্বলালে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি? Photograph: (DY365)

কোনে জ্বলালে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনি?

জ্বলি ছাই হ’ল শ শ গছপুলি

অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত দুৰ্বৃত্তৰ অগ্নিসংযোগ। ব্ৰহ্মপুত্ৰৰ চাপৰিত নতুনকৈ গঢ়া মোলাই কাঠনি 2.Oত অগ্নিসংযোগ কৰে কোনো দুৰ্বৃত্তই। জ্বলি ছাই হ’ল চাপৰিটোত নতুনকৈ ৰোপণ কৰা শ শ গছপুলি।

Advertisment

কোনে জ্বলালে অৰণ্য মান ৱ যাদৱ পায়েঙৰ মোলাই কাঠনি? দুৰ্বৃত্তৰ চকুৰ পৰা এইবাৰ সাৰি নগ’ল অসমৰ গৌৰৱ মোলাই কাঠনি। ব্ৰহ্মপুত্ৰৰ চাপৰিত নতুনকৈ গঢ়া মোলাই কাঠনি 2.Oত অগ্নিসংযোগ কৰে কোনো দুৰ্বৃত্তই। জ্বলি ছাই হ’ল চাপৰিটোত নতুনকৈ ৰোপণ কৰা শ শ গছপুলি। পিতৃৰ পদাংক অনুসৰণ কৰি মুনমী পায়েঙে ৰুইছিল গছপুলিসমূহ। ৭০জনীয়া দলৰ প্ৰচেষ্টাত ২০২২ৰ পৰা আৰম্ভ কৰিছিল গছপুলি ৰোপণ। দেওবাৰে দুৰ্বৃত্তই জুই লগালে বৃহত্‍ পৰিসৰৰ কাঠনিবাৰীখনত। 

উল্লেখ্য যে, দেওবাৰে অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। মোলাই কাঠনি ২.O নামেৰে নতুনকৈ গঢ় লোৱা ব্ৰহ্মপুত্ৰৰ চাপৰিত এই ঘটনা। যাদৱ পায়েঙৰ জীয়ৰী মুনমী পায়েং আৰু এটা ৭০ জনীয়া দলৰ প্ৰচেষ্টাত ২০২২বৰ্ষৰ পৰা আৰম্ভ হৈছিল চাপৰিটোত গছপুলি ৰোপণৰ কাম। কিন্তু দেওবাৰৰ দুপৰীয়া কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে চাপৰিটোত। যাৰ ফলত জ্বলি ছাই হ’ল চাপৰিটোত নতুনকৈ ৰোপণ কৰা শ শ গছপুলি। ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানেও অজ্ঞাত

ইমানো নিষ্ঠুৰ হ’ব পাৰেনে জীৱশ্ৰেষ্ঠ মানৱ? অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত অগ্নিসংযোগ কৰাৰ আঁৰত কোন? কোনে জ্বলাই দিলে চাপৰিৰ বিস্তীৰ্ণ এলেকাৰ শ শ গছপুলি?

Advertisment
Advertisment
Advertisment