Advertisment
DY365

DY365

NDA
Assamese

লক্ষ্য ২০২৬ৰ নিৰ্বাচন! NDAত থাকিব নে অগপ UPPL?

লক্ষ্য ২০২৬ৰ নিৰ্বাচন! ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে ব্যাপক সাংগঠনিক পৰিৱৰ্তন। NDAত থাকিব নে অগপ UPPL? ১৫ নৱেম্বৰৰ ভিতৰত ব্যাপক সাংগঠনিক পৰিৱৰ্তনৰ লক্ষ্য বিজেপিৰ।
1 Min read
Zubeen
Assamese

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইলৈ SIT

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইলৈ SIT। অধিক ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে SITয়ে।‌ আজি CID কাৰ্যালয়ত আহি উপস্থিত সিদ্ধাৰ্থ শৰ্মা‌ৰ ভাতৃ দীপক শৰ্মা।‌
2 Min read
Bihar
Assamese

নীতিশ নে তেজস্বী? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে?

মাজত মাত্ৰ এটা দিন। ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বিহাৰক লৈ অংক ৰাজনৈতিক সমীক্ষকৰ। নীতিশ নে তেজস্বী ? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে?
1 Min read
AGP
Assamese

মিত্ৰতা নাথাকিবও পাৰে! অকলেই নিৰ্বাচন খেলাৰ পণ অগপৰ

২০২৬ৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতা নাথাকিবও পাৰে। মিত্ৰতাৰ মৰ্যাদা নাপালে অকলেই নিৰ্বাচন খেলাৰ পণ লৈছে অসম গণ পৰিষদে। ৬০টা সমষ্টিত নিৰ্বাচন খেলাৰ যো-জা অগপৰ।
1 Min read
Advertisment